VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হিজাব বিৰোধী আন্দোলনত জড়িত যুৱকক ফাঁচী দিয়াৰ পিছত ইৰাণত অগ্নিগর্ভ পৰিস্থিতি, কেনেদৰে সাৱ্যস্ত কৰা হৈছে প্ৰতিবাদ !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in মুখ্য সংবাদ
হিজাব বিৰোধী আন্দোলনত জড়িত যুৱকক ফাঁচী দিয়াৰ পিছত ইৰাণত অগ্নিগর্ভ পৰিস্থিতি, কেনেদৰে সাৱ্যস্ত কৰা হৈছে প্ৰতিবাদ !
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

হিজাব বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত এজন যুৱকক ফাঁচী দিয়াৰ পিছত ইৰাণত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে বিয়লিৰ পৰা ৰাজধানী তেহৰাণকে ধৰি দেশৰ কেইবাখনো চহৰত সমবেত হয় বিক্ষোভকাৰী। তেহৰাণৰ সত্তাৰ খান ষ্ট্ৰীটত আৰম্ভ হৈছে পথ অৱৰোধ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজতো সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

তেহৰাণ প্ৰশাসনে জনোৱা মতে, চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ “অপৰাধ”ৰ বাবে বৃহস্পতিবাৰে ২৩ বছৰীয়া মহছিন শ্বেকাৰীক ফাঁচী দিয়া হৈছিল। সেই দেশত চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল যুৱকজনক। এই ঘটনাৰ বাবে দেশখনত প্ৰতিবাদ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

উল্লেখ্য যে  যোৱা ২২ ছেপ্টেম্বৰত ইৰাণৰ আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ অভিযোগত মাহছা আমিনি নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল। গাড়ীৰে তেওঁক থানালৈ লৈ যোৱা হয়। দুঘণ্টাৰ পিছত তেওঁৰ পৰিয়ালক খবৰ দিয়া হয় যে মাহছাৰ হৃদৰোগত মৃত্যু হৈছে। কিন্তু মাহছাক হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। মাহছাৰ মৃত্যুৰ পিছত ইৰাণত প্ৰতিবাদৰ সূত্ৰপাত হয়। দেশৰ কমেও ৫০খন চহৰ আৰু গাঁৱত মহিলাসকলে হিজাব খুলি চুলি কাটি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ইৰাণৰ “গতানুগতিক” ধৰ্মীয় আচৰণৰ বিৰোধিতা কৰে।

ইয়াৰ পিছতে হিজাব বিৰোধী প্ৰতিবাদ ক্ৰমান্বয়ে দেশৰ প্ৰধান ধৰ্মগুৰু আয়াতুল্লাহ আলী খোমেইনীৰ তিনি দশকৰ “অত্যাচাৰী” শাসনৰ অন্ত পেলোৱাৰ দাবীত আন্দোলনলৈ পৰিণত হয়। পুৰুষেও প্ৰতিবাদী কার্যসূচীত  অংশ গ্ৰহণ কৰিছে । ইৰাণৰ দাবী যে মহছিনো সেই গোটত আছিল। এতিয়াও আৰক্ষীৰ জিম্মাত আছে কেইবাজনো প্ৰতিবাদকাৰী। ইৰাণৰ মানৱ অধিকাৰ কৰ্মীসকলেও আশংকা কৰিছে যে তেওঁলোককো ফাঁচী দিয়া হ’ব পাৰে।

 

Previous Post

৪৯% মহিলা ভোটাৰ, মহিলাৰ ভোটাদানৰ হাৰো বেছি, তৎসত্বেও হিমাচলত বিজয় সাৱ্যস্ত কৰিলে মাত্ৰ এগৰাকী মহিলা প্ৰার্থীয়েহে

Next Post

বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ ৩০ বছৰীয়া শ্ৰমিক

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ ৩০ বছৰীয়া শ্ৰমিক

বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ ৩০ বছৰীয়া শ্ৰমিক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7