VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন,উদুলি মুদুলি পৰিৱেশ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
April 3, 2023
in মুখ্য সংবাদ
নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন,উদুলি মুদুলি পৰিৱেশ
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

আমাৰ সমাজত একাত্মকতাৰে থকা মোমাই-মামী, মহা-মাহী,বৰদেউতা-বৰমা,দদাই, পেহা-পেহী,তাৱৈ-আমৈ,জেঠপেহা-জেঠাই আদি অসমীয়া সমন্ধবোৰ দৰে অতি মৰমৰ আন এক সমন্ধ হৈছে “জী-জোঁৱাই”ৰ সমন্ধ । পিছে আধুনিকতাৰ গ্ৰাসত পৰি ক্ৰমান্বয়ে নৱ প্ৰজন্মই আনবোৰৰ দৰে জী-জোঁৱাইৰ মধুৰ সমন্ধৰ বিষয়েও বুজি নোপোৱা পৰিলক্ষিত হৈছে ৷

সেয়ে এই সমন্ধৰ আত্মীয়তা তথা ইয়াৰ অন্তৰ্নিহীত অৰ্থৰ বিষয়ে নৱ প্ৰজন্মক বুজাই দিয়াৰ লগতে ইয়াক পুনৰাই উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিত দেওবাৰে অনুষ্ঠিত কৰা হয় একU ব্যতিক্ৰমী অনুষ্ঠান । সেই অনুসৰি জাজৰিৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান ঢলপুৰীয়া যুৱক সংঘ,অনন্ত পুথিভঁড়াল আৰু সামূহিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় “জী-জোঁৱাইৰ সন্মিলন” ৷

ঢলপুৰীয়া দৌল মন্দিৰ প্ৰাংগণত ওলহ-মালহেৰে আয়োজিত হোৱা এই সন্মিলনত বিভিন্ন প্ৰান্তত সংসাৰ কৰি থকা বৃহত্তৰ ঢলপুৰীয়াৰ জী-জোঁৱাইসকল সমবেত হয় । এনেদৰে বহু বছৰৰ মূৰত একেখন গাঁৱৰে জীয়ৰীসকল একলগে সমবেত হৈ সকলোৱে ব্যস্ততাপূূূৰ্ণ জীৱনৰ কথা পাহৰি আৱেগ বিভুৰ হৈ পৰে ৷ মনত ভাঁহি উঠে জীয়ৰী কালৰ জীৱনৰ স্মৃতিবোৰ ৷ অতীত ৰোমন্থন কৰি সকলো নষ্টালজিক হোৱাৰ লগতে সকলো ব্যস্ত হৈ পৰিল কবিতা-নৃত্য-গীতেৰে সময় স্মৰণীয় কৰি তোলাত ৷

ফলত স্মৰণীয় এই ব্যতিক্ৰমী অনুষ্ঠানটো বাংময় হৈ পৰা দেখা যায় ৷ আনকি কোনো কোনোৱে খেল-ধেমালী বা কথোপকথনত ব্যস্ত হোৱাৰে বিপৰীতে বিৱৰিঁলে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মময় জীৱনৰ কথা ৷ তদুপৰি উদ্যোক্তাসকলে আটকধুনীয়াকৈ তৈয়াৰ ছেল্ফি পইণ্টত সকলোৱে হাঁহি-স্ফূৰ্তিৰে অনুষ্ঠানৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ফটো উঠে নিজৰ নিজৰ ম’বাইলত ৷ ইয়াৰ মাজতে জোঁৱাইসকলক গামোছাৰে আদৰণি জনোৱাৰ লগতে মৰমৰ চুমা যাচে গাঁৱৰ ৰাইজে। যাৰ পৰিপেক্ষিতত নাতি-নাতিনী, জী-জোঁৱাইৰ উপস্থিতিত উদুলি মুদুলি পৰিবেশ সৃষ্টি হয় জাজৰিৰ ঢলপুৰীয়া দৌল মন্দিৰ প্ৰাংগণ ৷

Previous Post

বিনামূলীয়া আইনী সাহাৰ্য আৰু পেৰা লীগেল ভলণ্টিয়াৰ (পি.এল. ভি.)

Next Post

নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7