VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্ব অভিলেখৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

দুই শতাধিক হোটেল, লজ, হোষ্টেলত থাকিব প্ৰায় বাৰ হেজাৰ যুৱক-যুৱতী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 3, 2023
in মুখ্য সংবাদ
বিশ্ব অভিলেখৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩ এপ্ৰিলঃ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ মহানগৰীৰ বিভিন্ন হোটেল, লজ আৰু আই আই টি, গুৱাহাটীকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ প্ৰায় বাৰ হেজাৰ বিচনা সাজু কৰিছে প্ৰশাসনে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকল ১০ এপ্ৰিলত আহি গুৱাহাটীত উপস্থিত হ’বহি৷ তেওঁলোকে থকা আৰু খোৱাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চয়তাৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুই শতাধিক হোটেল, লজ আৰু শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিহু নাচিবৰ বাবে অহা যুৱক-যুৱতীসকলে যাতে থকা আৰু খোৱাত কোনোধৰণৰ অসুবিধা নাপায় আৰু নিৰ্দিষ্ট সময়ত যাতে পুৱাৰ জলপানসহিতে সকলো সুবিধা লাভ কৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তই হোটেলৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে৷ জিলা প্ৰশাসনে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত থাকিবলৈ অহা বিহুৱা-বিহুৱতীক সহজে কোঠাৰ আবন্টন দিয়াৰ বাবে আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰীকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই৷

Previous Post

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

Next Post

সংগীত নাটক অকাডমি বঁটা প্ৰাপ্ত অবিনাশ শৰ্মাৰ পৰিচালনাত “চিত্ৰলেখা”ৰ সফল মঞ্চায়ন

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
সংগীত নাটক অকাডমি বঁটা প্ৰাপ্ত অবিনাশ শৰ্মাৰ পৰিচালনাত “চিত্ৰলেখা”ৰ সফল মঞ্চায়ন

সংগীত নাটক অকাডমি বঁটা প্ৰাপ্ত অবিনাশ শৰ্মাৰ পৰিচালনাত "চিত্ৰলেখা"ৰ সফল মঞ্চায়ন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7