VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কভিড বিধি মানি ষট্ পূজা উদযাপনৰ আহ্বান কামৰূপ মহানগৰ উপায়ুক্তৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মুখ্য সংবাদ
কভিড বিধি মানি ষট্ পূজা উদযাপনৰ আহ্বান কামৰূপ মহানগৰ উপায়ুক্তৰ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

দিপাৱলীৰ পাছতে ৰাজ্যত অনুষ্ঠিত হব ষট্ পূজা। কভিড বিধি মানি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ষট্ পূজা উদযাপন কৰিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজি‌ৎ পেগুৱে।কালি উপায়ুক্তৰ কাৰ্যালয়ত পূজা কমিটি সমূহৰ সৈতে এখন অনুষ্ঠিত বৈঠকত পেগুৱে এই আহ্বান জনাইছে।

উজানবজাৰ ঘাট,পাণ্ডু,মলিগাঁও ৰেলৱে ষ্টেডিয়াম, বিৰুবাৰীৰ মীন ভৱন, বশিষ্ঠ, চূণচালি,লালমাটি,আজাৰা,

নুনমাটি,জ্যোতিকুচি আদি অঞ্চলত অনুষ্ঠিত হবলগীয়া ষট্ পূজা কমিটিসমূহৰ সৈতে মিলিত হয়। কভিড বিধি আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে পূজা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে অধিক স্বেচ্ছাসেৱক আৰু আৰক্ষী নিয়োগ কৰিবলৈ ক্ৰমে পূজা কমিটি আৰু অসম আৰক্ষীক তেওঁ আহ্বান জনায়। তদুপৰি 10 নবেম্বৰৰ পৰা 11 নবেম্বৰ লৈ মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লবলৈ আহ্বান জনাইছে পেগুৱে। সেইদৰে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গভীৰতা সূচক ৰঙা পতাকা লগাবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক দায়িত্ব অৰ্পণ কৰে উপায়ুক্তই। ভক্তসকলৰ বাবে খোৱা পানী আৰু বায়’টয়লেট স্থাপন কৰিবলৈ পৌৰ নিগমক তেওঁ আহ্বান জনাইছে।

Previous Post

কালি নিশা ৮ বজাত কামৰূপ আৰক্ষীৰ দ্বাৰা ছফিকুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক

Next Post

9 লাখ মাটিৰ চাকিৰে উজলি উঠিব অযোধ্যা

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
9 লাখ মাটিৰ চাকিৰে উজলি উঠিব অযোধ্যা

9 লাখ মাটিৰ চাকিৰে উজলি উঠিব অযোধ্যা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7