VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ কপিল চিব্বাল, ক’লে “ঘৰ কি কংগ্ৰেছ” নহয় “সব কি কংগ্ৰেছ” বিচাৰো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 15, 2022
in মুখ্য সংবাদ
কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ কপিল চিব্বাল, ক’লে “ঘৰ কি কংগ্ৰেছ” নহয়  “সব কি কংগ্ৰেছ” বিচাৰো
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱকে ধৰি পাঁচখন ৰাজ্যৰ নির্বাচনত শোচনীয় পৰাজয়ৰ  পাছতে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে দেওবাৰে পাঁচ ঘণ্টাজোৰা এক  বৈঠক অনুষ্ঠিত কৰিছিল ৷  এই বৈঠকত ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত তেওঁলোকে  পুনৰ  আস্থা প্ৰকাশ কৰে ৷ কিন্তু এই  সিদ্ধান্তত প্ৰতিজন কংগ্ৰেছী এতিয়াও  সুখী নহয়। জ্যেষ্ঠ নেতা কপিল চিব্বালে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়  যে গান্ধীয়ে নেতৃত্বৰ পদৰ পৰা আঁতৰি আহি আনক সুযোগ দিয়াৰ সময় আহি পৰিছে। তেওঁ লগতে কয়, “গান্ধী  স্বেচ্ছাই আঁতৰি যোৱা উচিত  ৷ কিয়নো তেওঁলোকৰ দ্বাৰা মনোনীত এখন কমিটীয়ে কেতিয়াও নকয় যে তেওঁলোকে ক্ষমতাৰ শাসনভাৰ ধৰি ৰাখিব নালাগে।”ৰাহুল গান্ধীক দলৰ মুৰব্বী হিচাপে ঘূৰাই আনিবলৈ একাংশই কৰি অহা দাবীৰ বিষয়ে সোধাত কপিল চিব্বলে কয় যে ৰাহুল গান্ধী ইতিমধ্যে দলৰ “প্ৰকৃত সভাপতি” যিয়ে সকলো সিদ্ধান্ত গ্ৰহণ কৰে ৷

চিব্বালে কয় “ৰাহুল গান্ধীয়ে পঞ্জাৱলৈ গৈ ঘোষণা কৰিছিল যে চৰণজিৎ সিং চান্নী মুখ্যমন্ত্ৰী হ’ব। তেওঁ সেই ঘোষণা কি ক্ষমতাৰ অধীনত কৰিছিল? তেওঁ দলৰ সভাপতি নহয়, কিন্তু তেওঁ সকলো সিদ্ধান্ত লয়। তেওঁ ইতিমধ্যে প্ৰকৃত অধ্যক্ষ। তেন্তে   কিয় দাবী উত্থাপন হৈছে যে তেওঁক পুনৰ  ক্ষমতাৰ শাসনভাৰ ঘূৰাই দিব লাগে?” কপিল চিব্বালে  লগতে কয় যে তেওঁ “ঘৰ কি কংগ্ৰেছ”ৰ বিপৰীতে “সব কি কংগ্ৰেছ” বিচাৰে।তেওঁ কয় “মই মোৰ শেষ নিশ্বাসলৈকে সব কি কংগ্ৰেছ’ৰ বাবে যুঁজ দিম। এই ‘সব কি কংগ্ৰেছ’ৰ অৰ্থ হৈছে ভাৰতৰ সেই সকলো লোকক একত্ৰিত কৰা যিসকলে বিজেপি শাসনলৈ অহাটো নিবিচাৰে ৷” ২০২০ চনত কংগ্ৰেছৰ ২৩ জন জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ দলত বৃহৎ পৰিৱৰ্তন বিচাৰি লিখা এখন পত্ৰৰ  অন্যতম স্বাক্ষৰকাৰী আছিল কপিল চিব্বাল।

Previous Post

সাংসদ-নেতাৰ সন্তানক টিকট নিদিয়াৰ সিদ্ধান্ত লৈছিল মোদীয়ে, চাৰি ৰাজ্যৰ জয়ৰ পাছত ক’লে প্ৰধানমন্ত্ৰীয়ে

Next Post

কংগ্ৰেছ মুক্ত ভাৰত

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
কংগ্ৰেছ মুক্ত ভাৰত

কংগ্ৰেছ মুক্ত ভাৰত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7