VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?

সমুদ্ৰপৃষ্ঠৰ তলত অৱস্থিত এক বিমান বন্দৰ ‘আমষ্টাৰডাম শ্বিফল বিমানবন্দৰ’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2023
in মুখ্য সংবাদ
বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

আজিকালি সকলোৰে বাবে বিমান যাত্ৰা অতি সহজলভ্য হৈ পৰিছে ৷ কম সময় আৰু কম ব্যয়েৰে মানুহে বিমান যাত্ৰা কৰাও সহজ হৈ পৰিছে ৷কিয়নো বহু বিমান সংস্থাই কম ব্যয়েৰে বিমান টিকটৰ সুযোগ প্ৰদান কৰিছে। এই কাৰণতে আজিকালি বিমান যাত্ৰীৰ সংখ্যাও বহু বৃদ্ধি পাইছে। আনহাতে বিশ্বজুৰি বিমান চলাচলৰ বাবে বহুতো বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে৷
বিশ্বৰ বিভিন্ন ঠাইৰ বিমানবন্দৰৰ পৰা প্ৰতিদিনে বিশ্বৰ লাখ লাখ লোকে যাত্ৰা কৰা সম্ভৱ হৈ পৰিছে। আজি আমি আপোনালোকক জনাবলৈ ওলাইছো এনে কেইটামান বিমানবন্দৰৰ বিষয়ে যিবোৰত সৰ্বাধিক ৰাণৱে আছে। উল্লেখযোগ্য কথা যে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতৰ দিল্লী বিমানবন্দৰৰ নাম ।
অ’হেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
অ’হেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ। আমেৰিকাৰ ইলিনয় ৰাজ্যৰ আটাইতকৈ ডাঙৰ চহৰ চিকাগোত অৱস্থিত এই বন্দৰ । এই বিমানবন্দৰটোৱে আঠটা ৰাণৱেৰে এই তালিকাৰ শীৰ্ষত স্থান দখল কৰিছে।
ডালাছ ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল ডালাছ ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত একেলগে তিনিখন বিমান অৱতৰণ কৰিব পাৰে। ৭টা ৰাণৱেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে ডালাছ-ফ’ৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।
আমষ্টাৰডাম শ্বিফল বিমানবন্দৰ-
আমষ্টাৰডাম শ্বিফল বিমানবন্দৰ হ’ল নেদাৰলেণ্ডৰ মূল বিমানবন্দৰ। শ্বিফলৰ পৰা বিশ্বৰ ৩২৭টা গন্তব্যস্থানলৈ ১০৫খনতকৈও অধিক বিমান চলাচল কৰে, যাৰ ফলত ই বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে। ৬টা ৰাণৱে থকা আমষ্টাৰডাম শ্বিফল বিমানবন্দৰে এই তালিকাত তৃতীয় স্থান দখল কৰিছে। এই বিমানবন্দৰৰ বিশেষত্ব হ’ল যে ই সমুদ্ৰপৃষ্ঠৰ তলত অৱস্থিত।
ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিউ ইংলেণ্ডৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ। ১৯২৩ চনত এই বিমান বন্দৰ মুকলি কৰা হয়। ৬টা ৰাণৱে থকা ব’ষ্টন লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ স্থান এই তালিকাৰ ছয় নম্বৰত আছে।

ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ল উত্তৰ আমেৰিকাৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ। ১৯৯৫ চনত আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি কৰা এই ডেনভাৰ বিমানবন্দৰৰ ৰাণৱে ১৬আৰ/৩৪এল বিশ্বৰ ভিতৰতে ৭ম দীঘলীয়া ৰাণৱে আৰু উত্তৰ আমেৰিকাৰ ই আটাইতকৈ দীঘল ৰাণৱে। মুঠ ৬টা ৰাণৱেৰ সৈতে ই দীঘলীয়া ৰাণৱেৰ বিমানবন্দৰ সমূহৰ এই তালিকাৰ পঞ্চম স্থানত আছে।
দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-
আনহাতে চাৰিটা ৰাণৱে থকা ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। উল্লেখনীয় যে আগন্তুক সময়ত দিল্লী বিমানবন্দৰে প্ৰায় ১০ কোটি লোকক সামৰি ল’ব পাৰিব।

Previous Post

মণিপুৰত মহিলাক উলংগ কৰি সমদল, চিবিআইয়ে দাখিল কৰিলে এফআইআৰ

Next Post

সামাজিক মাধ্যমত ভাইৰেল স্কাৰ্ট পিন্ধা এক বিশেষ আইচক্ৰীম

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?

সামাজিক মাধ্যমত ভাইৰেল স্কাৰ্ট পিন্ধা এক বিশেষ আইচক্ৰীম

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7