VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেতিয়া ল’ব কভিডৰ বুষ্টাৰ ড’জ, কি কয় ভাৰত বায়’টেকৰ প্ৰতিস্থাপকে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 11, 2021
in মুখ্য সংবাদ
কেতিয়া ল’ব কভিডৰ বুষ্টাৰ ড’জ, কি কয় ভাৰত বায়’টেকৰ প্ৰতিস্থাপকে
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কভিড ভেকচিন লোৱাৰ পাছত আন এটা বুষ্টাৰ ড’জে শৰীৰত অধিক কভিড ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে বুলি প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। কিন্তু কোন সময়ত এই বুষ্টাৰ ড’জ গ্ৰহণ কৰিব লাগে আপুনি জানেনে? কভিডৰ দ্বিতীয় ড’জ গ্ৰহণ কৰাৰ ছমাহৰ পিছত বুষ্টাৰ ড’জ গ্ৰহণৰ উপযুক্ত সময়। এই কথা প্ৰকাশ কৰিছে আগশাৰীৰ ফাৰ্মা প্ৰতিষ্ঠান ভাৰত বায়’টেকৰ  প্ৰতিষ্ঠাপক তথা  পৰিচালন সঞ্চালক ডঃ কৃষ্ণ এল্লাই। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰেহে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি তেও মন্তব্য কৰে। আনহাতে,কোভেকচিনৰ পিছত প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি থকা নেছেল ভেকচিন সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে ইয়াৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু তথ্যসমূহ বিশ্লেষণ কৰি আছে। এই প্ৰসংগত তেঁও কয় ” তিনি -চাৰি মাহৰ ভিতৰত এই নেছেল ভেকচিন ব্যৱহাৰৰ বাবে সাজু  হৈ উঠিব।” আনহাতে, শিশুৰ বাবে ভেকচিন প্ৰস্তুত কৰা সন্দৰ্ভত তেঁও কয় যে দুইৰ পৰা ওঠৰ বছৰ বয়সলৈকে কভিডৰ ভেকচিন ক্লিনিকেল ট্ৰায়েল সম্পন্ন কৰা একমাত্ৰ প্ৰতিষ্ঠান হৈছে ভাৰত বায়’টেক।ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ বাবে কোভেকচিনে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি এল্লাই কয় যে বহু সংবাদ মাধ্যমে নেতিবাচক বাতৰি প্ৰকাশ কৰি আহিছিল। আনকি ভুপালত হোৱা কিছুসংখ্যক লোকৰ মৃত্য সন্দৰ্ভত বিশদ ভাবে চোৱাচিতাৰ বাবে বিজ্ঞানভিত্তিক জাৰ্নেললৈ পত্ৰও প্ৰেৰণ কৰা হৈছিল। যিসময়ত সেই লোকসকলে  আত্মহত্যা কৰিছিল,সেই সময়ত ভেকচিনক দোষাৰোপ কৰা হৈছিল।

Previous Post

কৰিমগঞ্জত ভয়াবহ পথ দুৰ্ঘটনা, ১০ জনৰ মৃত্যু

Next Post

তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা ৰাজেশ মহাননৰ

Related Posts

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি
মুখ্য সংবাদ

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
মুখ্য সংবাদ

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা
মুখ্য সংবাদ

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

May 30, 2023
ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!
মুখ্য সংবাদ

ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!

May 30, 2023
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

May 30, 2023
নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান সম্পন্ন

May 29, 2023
Next Post
তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা ৰাজেশ মহাননৰ

তিনিচুকীয়াৰ ডুমডুমাৰ পৰা দিল্লীলৈ পদযাত্ৰা ৰাজেশ মহাননৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7