VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ প্ৰদেশৰ লখিমপুৰ ক্ষেত্ৰীত প্ৰতিবাদী কৃষকক গাড়ীৰে খুন্দিয়াই হত্যা: তদন্তত তীব্ৰ অসুন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 8, 2021
in মুখ্য সংবাদ
উত্তৰ প্ৰদেশৰ লখিমপুৰ ক্ষেত্ৰীত প্ৰতিবাদী কৃষকক গাড়ীৰে খুন্দিয়াই হত্যা: তদন্তত তীব্ৰ অসুন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ ক্ষেত্ৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ীৰ খুন্দাত চাৰিগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কৰা তদন্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।এই সন্দৰ্ভত আজি এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰি তিনিজনীয় এখন বিচাৰপীঠে কয় ” আমি তদন্ত প্ৰতিবেদন চাইছো। তদন্ত প্ৰতিবেদনত একোৱেই নাই। অন্তিম শুনানিত আমি দহ দিনৰ সময় দিছিলোঁ। কিন্তু এতিয়ালৈ আৰক্ষীয়ে পৰীক্ষাগাৰৰ প্ৰতিবেদন লাভ কৰা নাই। আমি যিধৰনে আশা কৰিছিলোঁ সেইদৰে তদন্ত আগবঢ়া নাই।” বিশেষকৈ ভিডিঅ’ ফুটেজৰ ফৰেণচিক প্ৰতিবেদন লাভ নকৰাত আৰু আটাইকেউজন অভিযুক্তৰ মোবাইল ফোন জব্দ নকৰাৰ বাবে ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।দুৰ্ঘটনাৰ পাছত অভিযুক্তক একাংশ লোকে আক্ৰমণৰ ঘটনাৰ গোচৰ মূল গোচৰৰ সৈতে সংযুক্ত কৰাৰ বাবেও উচ্চতম ন্যায়ালয়ে শংকা ব্যক্ত কৰে। উল্লেখযোগ্য যে যোৱা তিনি অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্রৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে মহতিয়াই নিয়াৰ ফলত আঠ জন লোকৰ মৃত্যু ঘটিছিল। ইয়াৰে চাৰিগৰাকী আছিল প্ৰতিবাদী কৃষক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

Previous Post

ট্ৰেফিক আৰক্ষীক প্ৰহাৰ কৰি জেললৈ ছয় উদণ্ড যুৱক

Next Post

এখন নতুন কথাছবি জয় ভীম আৰু কিছু কথা

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
এখন নতুন কথাছবি জয় ভীম আৰু কিছু কথা

এখন নতুন কথাছবি জয় ভীম আৰু কিছু কথা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7