VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অসমত ভেকচিন সপ্তাহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in মুখ্য সংবাদ
দুয়ো পালি ভেকচিন গ্ৰহণ নকৰা লোক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে কভিদৰ তৃতীয় ঢৌৰ আক্ৰমণৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে। অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে মেগা ভেকচিন সপ্তাহৰ আয়োজন কৰিছে। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই জনাই যে প্ৰতিটো ভোটকেন্দ্ৰৰ ভোটাৰ তালিকা অনুসৰি ভেকচিন প্ৰদান কৰা হ’ব যাতে কোনো লোক বাদ পৰি নাযায়। গুণোৎসৱৰ আৰ্হিত সকলো লোককে সামৰি লোৱা হ’ব।

চৰকাৰে ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে সাঙুৰি ১০০% ভেকচিন প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰতিটো বিধান সভাৰ সমষ্টিসমূহৰ প্ৰতিটো ভোট কেন্দ্ৰত ভেকচিন চেণ্টাৰ স্থাপন কৰিব। ভোটাৰ তালিকাত সন্নিৱিষ্ট সকলো লোকৰ ঘৰলৈ গৈ অংগনবাড়ী কৰ্মচাৰী, বি এল অ’, গাওঁবুঢ়া, এ এন এম আদিৰ টিমে কোনে কোনে ভেকচিন গ্ৰহণ কৰিছে, যদি নাই কৰা কিয় নাই কৰা বা কেতিয়ালৈ গ্ৰহণ কৰিব পাৰিব এই সন্দৰ্ভত তালিকা প্ৰস্তুত কৰিব। 

ভেকচিন গ্ৰহণ নকৰা লোকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব। যিসকল লোকে চেণ্টাৰলৈ আহিবলৈ অক্ষম তেওঁলোকক ঘৰতে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব। গৰ্ভৱতী বা স্বাস্থ্যজনিত সমস্যা থকা লোকসকলৰ ভেকচিন প্ৰদানৰ সময় স্থিৰ কৰিব।

অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ বিভিন্ন ঠাইত কৰ্মৰত লোকসকলক ভাৰত চৰকাৰৰ তত্ত্বাৱধানত সেই ঠাইতে ভেকচিন প্ৰদানৰো ব্যৱস্থা কৰিব।

অলপতে অসমত ২ কোটি ভেকচিন প্ৰদান সম্পূৰ্ণ হৈছিল। এতিয়া ১০০% ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে। শীঘ্ৰেই ১৭ বছৰৰ লোকসকলৰ বাবেও ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব।

 

Previous Post

ভাৰতীয় জনতা পাৰ্টিক পূৰ্বাঞ্চল বিৰোধী আখ্যা দি আম আদমী পাৰ্টিৰ টুইট

Next Post

কিউ এছ এছিয়া ৰেংকিং ২০২২ ত সন্নিবিষ্ট হৈছে আই আই টি গুৱাহাটীৰ নাম

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
কিউ এছ এছিয়া ৰেংকিং ২০২২ ত সন্নিবিষ্ট হৈছে আই আই টি গুৱাহাটীৰ নাম

কিউ এছ এছিয়া ৰেংকিং ২০২২ ত সন্নিবিষ্ট হৈছে আই আই টি গুৱাহাটীৰ নাম

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7