VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উগ্ৰপন্থীৰ আক্ৰমণ! কাশ্মীৰত বোমা বিস্ফোৰণত দুজন সেনা জোৱান নিহত, আহত চাৰিজন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2023
in মুখ্য সংবাদ
উগ্ৰপন্থীৰ আক্ৰমণ! কাশ্মীৰত বোমা বিস্ফোৰণত দুজন সেনা জোৱান নিহত, আহত চাৰিজন
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে । শুকুৰবাৰে ৰাজৌৰী ছেক্টৰত উগ্ৰপন্থীৰ আক্ৰমণত দুজন সেনা জোৱান নিহত হয়। গুৰুতৰভাৱে আহত ৪ গৰাকী সেনা জোৱান চিকিৎসাধীন হৈ আছে।

 

সেনাৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ৰাজৌৰী খণ্ডৰ অন্তৰ্গত কান্দি বনাঞ্চলত সন্ত্ৰাস বিৰোধী অভিযান চলাই আছিল। সেই সময়ত জোৱানসকলৰ ওপৰত বোমা নিক্ষেপ কৰা হয় । বিস্ফোৰণত থিতাতে মৃত্যু হয় দুজন জোৱানৰ। আহত  হয় চাৰিজন লোক।

 

এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰি সেই অৰণ্যত এক বিশেষ অভিযান চলাই আছিল। উগ্ৰপন্থীৰ একাংশ  সৰু সৰু গোটত বিভক্ত হৈ অৰণ্যত আশ্ৰয় লোৱাৰ খবৰ আহিছিল। ইয়াৰ পিছতে ঘন বনাঞ্চলত সেনাই অভিযান আৰম্ভ কৰে। পুৱা প্ৰায় ৭:৩০ বজাত সেনাবাহিনী আৰু  উগ্ৰপন্থীৰ মাজত সংঘর্ষ আৰম্ভ হয় । হঠাৎ উগ্ৰপন্থীয়ে সেনাবাহিনীৰ ওপৰত বোমা নিক্ষেপ কৰি হাবিলৈ পলায়ন কৰে। উধামপুৰৰ কমাণ্ড হাস্পতালত আহত সেনা জোৱানসকল চিকিৎসাধীন হৈ আছে। সেই অঞ্চলত নতুন অভিযান চলাব বুলিও সেনাই অৱগত কৰিছে।

Previous Post

পাকিস্তানৰ স্কুলত প্ৰৱেশ কৰি দুর্বৃত্তৰ নির্বিচাৰ গুলীচালনা,শিক্ষকসহ নিহত ৭

Next Post

মোদীক উৎখাত কৰিবলৈ একত্ৰিত যুঁজৰ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
মোদীক উৎখাত কৰিবলৈ একত্ৰিত যুঁজৰ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ

মোদীক উৎখাত কৰিবলৈ একত্ৰিত যুঁজৰ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7