VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সৰুসজাই ষ্টেডিয়ামত আয়োজিত “বিহু বিনন্দীয়া” অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 11, 2023
in মুখ্য সংবাদ
সৰুসজাই ষ্টেডিয়ামত আয়োজিত “বিহু বিনন্দীয়া” অনুষ্ঠানৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

দিছপুৰ, ১০ এপ্ৰিলঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বিশেষ বৈঠকত অহা ১৪ এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত আয়োজিত হ’বলগীয়া “বিহু বিনন্দীয়া” শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠানৰ আসন ব্যৱস্থাপনা আৰু যান-বাহন পৰিকল্পনাৰ পৰ্যালোচনা কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই বৃহৎ কাৰ্যসূচী যাতে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰি, সেই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয়।

আনহাতে, মন্ত্ৰী সিংহলে আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ অনুষ্ঠানটিৰ সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এক বৈঠকতো মিলিত হৈ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই বৈঠকত মুখ্য সচিব পৱন বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙৰ লগতে সাধাৰণ প্ৰশাসন বিভাগ, কামৰূপ (ম) জিলা প্ৰশাসন, মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Previous Post

ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন

Next Post

স্মাৰ্ট প্ৰিপেইডৰ নামত জলতাৰ লুণ্ঠন চলাইছে বিজেপি চৰকাৰেঃ তৃণমূল কংগ্ৰেছ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
স্মাৰ্ট প্ৰিপেইডৰ নামত জলতাৰ লুণ্ঠন চলাইছে বিজেপি চৰকাৰেঃ তৃণমূল কংগ্ৰেছ

স্মাৰ্ট প্ৰিপেইডৰ নামত জলতাৰ লুণ্ঠন চলাইছে বিজেপি চৰকাৰেঃ তৃণমূল কংগ্ৰেছ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7