VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এৰাতিৰ বৰষুণত ডুব গ’ল ৮০০০ কোটিৰ পথ, ছদিন পূর্বে উদ্বোধন কৰিছিল মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2023
in মুখ্য সংবাদ
এৰাতিৰ বৰষুণত ডুব গ’ল  ৮০০০ কোটিৰ পথ, ছদিন পূর্বে উদ্বোধন কৰিছিল মোদীয়ে
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ৬ দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল  নতুন এক্সপ্ৰেছৱে ৷ কিন্তু এজাক বৰষুণতে জলমগ্ন হৈ পৰিল  এই এক্সপ্ৰেছৱে ৷শুকুৰবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাংগালুৰুৰ সমীপৰ ৰামনগৰ অঞ্চলত নতুনকৈ নির্মাণ কৰা  বেংগালুৰু-মহীশূৰু এক্সপ্ৰেছৱে পানীত ডুব যায়।

 

৮ হাজাৰ ৪৮০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই ঘাইপথ। কৰ্ণাটকত চলিত বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন কৰে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যিটোৰ গুৰুত্ব বেলেগ। উদ্বোধনী অনুষ্ঠানৰ ৬ দিনৰ ভিতৰতে পথছোৱা জলমগ্ন হৈ পৰে ৷ কোৱা হৈছিল  যে ১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেই যাত্ৰী পৰিবহণ সুচল কৰি তুলিব। ভ্ৰমণৰ সময়ো হ্ৰাস পাব।

 

পানী জমা হোৱাৰ বাবে পথছোৱাত যানজটৰ সৃষ্টি হয় ৷প্ৰধানমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পথটো উদ্বোধন কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তেওঁ কয়, ‘কংগ্ৰেছে মোদীৰ কবৰ খন্দাৰ সপোন দেখিবলৈ বাদ  দিয়ক। তেওঁলোকে নাজানে, দেশৰ মাতৃৰ –ভগ্নীৰ মৰমে মোক সুৰক্ষা দিয়ে । তেওঁলোকে (কংগ্ৰেছে) মোদীৰ কবৰ খন্দাৰ সপোন দেখে, মই বেংগালুৰু-মহীশূৰু এক্সপ্ৰেছৱে নিৰ্মাণত গুৰুত্ব দিওঁ। আমি দুখীয়া মানুহৰ জীৱন যাপন সহজ কৰি দিওঁ।”

Previous Post

হলিউডত চুক্তিবদ্ধ হ’ব নেকি ৰাম চৰণ, কি নতুন ছবিত অভিনয় কৰিব তাৰকাজনে ?

Next Post

দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, ৩০ দিনত ১২ টা ভূমিকম্পৰ কম্পন ৰাজ্য

Related Posts

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু
মুখ্য সংবাদ

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
মুখ্য সংবাদ

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
মুখ্য সংবাদ

৪০ লাখ শিক্ষার্থীলৈ মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা

March 31, 2023
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
মুখ্য সংবাদ

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

March 31, 2023
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
মুখ্য সংবাদ

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

March 30, 2023
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
মুখ্য সংবাদ

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

March 30, 2023
Next Post
মৃদু ভূমিকম্পই জোকাৰি গল ৰাজ্য

দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, ৩০ দিনত ১২ টা ভূমিকম্পৰ কম্পন ৰাজ্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7