VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চলিত মাহতে একে মঞ্চতে মোডী-জি জিনপিং, সীমান্তত পৰিব নেকি প্ৰভাৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 19, 2023
in মুখ্য সংবাদ
চলিত মাহতে একে মঞ্চতে মোডী-জি জিনপিং, সীমান্তত পৰিব নেকি প্ৰভাৱ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আগন্তুক তিনি সপ্তাহত একেখন মঞ্চত দুবাৰকৈ বৈঠকত মিলিত হ’ব ৷ প্ৰথমখন হ’ল দক্ষিণ আফ্ৰিকাত ২২ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ব্ৰিকছ সন্মিলন। দ্বিতীয়খন হৈছে ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত। এই দুয়োখন বৈঠকৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে মোডীৰ ব্যক্তিগত বৈঠক হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

 

ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূব লাডাখৰ ডেমচাক আৰু দেপছাঙৰ কেইবাঠাইতো চীনৰ সেনাই পূৰ্বৰ স্থানৰ পৰা আগবাঢ়ি অহাৰ  তিনি বছৰ অতিক্ৰম কৰিলে ৷ নতুন দিল্লীয়ে জি-২০ পৰ্যায়ত এই সমস্যাৰ সমাধানৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। পূব লাডাখত শেহতীয়াকৈ দুয়োপক্ষৰ মাজত ১৯ নং সেনা পর্যায়ৰ বৈঠকৰ পাছতো একমতত উপনীত হ’ব পৰা নাই ৷ সীমান্তত তিক্ততা আৰু সংঘাতৰ পৰিৱেশ হ্ৰাস কৰাৰ বাবে আজি চুচুলৰ দৌলতবাগ অলডিত মেজৰ জেনেৰেল পৰ্যায়ৰ আন এখন বৈঠক অনুষ্ঠিত হয়।

 

সীমান্তৰ পৰিস্থিতিক লৈ চাউথ ব্লকৰ চিন্তাৰ যথেষ্ট কাৰণ আছে। কেৱল জি-২০ নহয়, ৰাজনৈতিক মহলে বিশ্বাস কৰে যে আগন্তুক পাঁচ ৰাজ্যিক বিধানসভাৰ নির্বাচন আৰু তাৰ পাছত ২৪টাত লোকসভা নির্বাচনৰ সৈতে প্রকৃত নিয়ন্ত্রণ ৰেখাত চীনৰ আগ্ৰাসন মোডী চৰকাৰৰ দুর্বলতাৰ লক্ষণ হ’ব পাৰে৷ ইতিমধ্যে বিৰোধীয়ে এই বিষয়টো উত্থাপন কৰিছে। বিগত তিনিবছৰত সীমান্তত (আৰু চীনে) ভাৰতৰ বিশাল সৈন্য গঢ় লৈ উঠাটো যুদ্ধকালীন। বায়ুসেনাৰ হিচাপ অনুসৰি পূব লাডাখৰ সীমান্তলৈ ৭০ হাজাৰ সৈন্য প্ৰেৰণ কৰা হৈছে। প্ৰায় ৯ হাজাৰ টন টেংক, ৰাইফল মজুত কৰা হৈছে। বিগত কেইসপ্তাহমানৰ পৰা চৰকাৰে বিভিন্ন ধৰণে ঘোষণা কৰিছে যে সীমান্তৰ আন্তঃগাঁথনি বহুখিনি উন্নত হৈছে। শেহতীয়া প্ৰযুক্তিৰে সজ্জিত।

 

Previous Post

এজন বা দুজন নহয়, ৫০০ৰো অধিক ভাস্কৰ্য্য শিল্পী থকা ভাৰতৰ এখন গাঁও ৷

Next Post

ব্ৰিটেইনত ভাৰতীয় শিশুৰ ‘ৰেকৰ্ড’, বিগত বর্ষত জন্মলাভ কৰা সর্বাধিক শিশু ভাৰতীয় মূলৰ

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
ব্ৰিটেইনত ভাৰতীয় শিশুৰ ‘ৰেকৰ্ড’, বিগত বর্ষত জন্মলাভ কৰা সর্বাধিক শিশু ভাৰতীয় মূলৰ

ব্ৰিটেইনত ভাৰতীয় শিশুৰ 'ৰেকৰ্ড', বিগত বর্ষত জন্মলাভ কৰা সর্বাধিক শিশু ভাৰতীয় মূলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7