VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নমস্তে লণ্ডন: মুম্বাই এৰিব দেশৰ সৰ্বোচ্চ ধনী ব্যক্তি মুকেশ আম্বানীয়ে,লণ্ডনত সাজু ৫২৪কোটিটকীয়া বিলাসী ভৱন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in মুখ্য সংবাদ, মনোৰঞ্জন
নমস্তে লণ্ডন: মুম্বাই এৰিব দেশৰ সৰ্বোচ্চ ধনী ব্যক্তি মুকেশ আম্বানীয়ে,লণ্ডনত সাজু ৫২৪কোটিটকীয়া বিলাসী ভৱন
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

শীঘ্ৰে মুম্বাই এৰি লণ্ডনৰ বাসিন্দা হ’ব দেশৰ সৰ্বোচ্চ ধনী ব্যক্তি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আম্বানীৰ পৰিয়ালে লণ্ডনৰ বাকিংহামছায়াৰৰ এটা বিলাসী অট্টালিকাত বসবাস কৰিব। ষ্টক পার্কৰ বাকিংহামছায়াৰৰ ৩০০ একৰজুৰি থকা এই সুবিশাল অট্টালিকাটো আম্বানী পৰিয়াল বসবাস কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে। এই বিশাল ভৱনটোত আছে ৪৯টা কোঠা।

তদুপৰি এই ভৱনত আছে এটা অত্যাধুনিক মিনি চিকিৎসালয়। আছে আটকধুনীয়া উপাসনাস্থলী। যোৱা আগষ্ট মাহৰ পৰাই এই অট্টালিকতো আম্বানী পৰিয়ালৰ বাবে সাজু কৰাৰ কাম আৰম্ভ কৰা হৈছিল। উল্লেখযোগ্য যে প্ৰতিবছৰে আম্বানী পৰিয়ালে মুম্বাইৰ বিলাসী এন্টিলিয়াত দিপাৱালীৰ পাৰ্টি অনুষ্ঠিত কৰি আহিছে। যত বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি উদ্যোগপতিলৈকে অংশগ্ৰহণ কৰে।

কিন্তু এইবাৰ আম্বানী পৰিয়ালে দিপাৱলীৰ পাৰ্টি অনুষ্ঠিত কৰে লণ্ডনৰ বাকিংহামছায়াৰৰ নতুন বাসগৃহত। প্ৰকাশিত তথ্য অনুসৰি কিছুদিন পাছত লণ্ডনৰ পৰা পুনৰ মুম্বাইলৈ উভতি আহিব আম্বানী পৰিয়াল। অহা বৰ্ষৰ এপ্ৰিল মাহত স্থায়ীভাৱে লণ্ডনলৈ ৰাওনা হ’ব আম্বানী পৰিয়াল। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি যদিও মুম্বাইত থকা বাসগৃহটো অত্যধুনিক সকলো সুবিধা আছে ,তথাপিও মুম্বাইৰ অন্যতম ব্যস্ত অঞ্চলত নিৰ্মান কৰাৰ বাবে বাসগৃহটোত নাই যথেষ্ট মুকলি ঠাই।

সেয়েহে বিলাসী এন্টিলিয়াতকৈয়ো আহল বহল আৰু মুকলি ঠাই থকা এটা বাসগৃহৰ সন্ধান কৰিছিল আম্বানী পৰিয়ালে। যাৰ বাবে বিগত বর্ষৰ প্ৰথমভাগত আম্বানীয়ে লণ্ডনৰ ৩০০ একৰজুৰি থকা বাসগৃহটো ৫২৪ কোটি টকাত ক্ৰয় কৰিছিল। ১৯০৮ চনত নিৰ্মাণ কৰা এই ভৱনতো প্ৰথমে ব্যক্তিগত বাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত এইটো এটা ক্লাৱলৈ ৰূপান্তৰিত কৰা হৈছিল। জেমছ বণ্ডৰ ছবিও এই অট্টালিকা টোত দৃশ্যগ্ৰহণ কৰা হৈছিল। অৱশ্যে লণ্ডনলৈ স্থানান্তৰ হোৱা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাবে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আম্বানী পৰিয়ালে।

Previous Post

বিগ বাছ লীগত প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ

Next Post

শিশু-কিশোৰৰ বিৰূদ্ধে থকা প্ৰায় ৯০০ গোচৰ নিষ্পত্তি কৰিলে দিল্লী চৰকাৰে, উচ্চ ন্যায়ালয়ত দিলে তথ্য

Related Posts

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড
মনোৰঞ্জন

জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
Next Post
এগৰাকী বিশেষ ভাৱে সক্ষম যুৱতীৰ অপহৰণক লৈ ৰহস্য নেমকেয়াৰত কৰ্মৰত যুৱতীগৰাকী সোণাৰিৰ প্ৰিন্সি গগৈ।

শিশু-কিশোৰৰ বিৰূদ্ধে থকা প্ৰায় ৯০০ গোচৰ নিষ্পত্তি কৰিলে দিল্লী চৰকাৰে, উচ্চ ন্যায়ালয়ত দিলে তথ্য

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7