VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“নাৰী সে খড়িডাৰী” কেন্দ্ৰীয় শিশু আৰু মহিলা মন্ত্ৰণালয়ৰ দেৱালী উপলক্ষে নতুন উদ্দেশ্য

শিৱানী বৰা by শিৱানী বৰা
November 2, 2021
in মুখ্য সংবাদ, অভিমত
“নাৰী সে খড়িডাৰী” কেন্দ্ৰীয় শিশু আৰু মহিলা মন্ত্ৰণালয়ৰ দেৱালী উপলক্ষে নতুন উদ্দেশ্য
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যান বিভাগৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে দেৱালী উপলক্ষে এক নতুন অভিযান মুকলি কৰে। মহিলা সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি ” নাৰী সে খড়িদাৰী” শীৰ্ষক এটি শ্লোগান মুকলি কৰে। 

ফেচবুকৰ সৌজন্যত প্ৰকাশিত এটি ভিডিঅ’ৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে উৎসৱৰ বতৰত মহিলাসকলৰ পৰা সামগ্ৰী কিনি উৎসাহিত কৰিবলৈ দেশ বাসীক আহ্বান জনায়। মহিলাসকল খাদ্য সামগ্ৰী নিৰ্মাণৰ লগতে নিজ হাতেৰে তৈয়াৰী মাটিৰ চাকি, মমবাতি, গহনাকে ধৰি বিবিধ সামগ্ৰী উৎপাদন কৰি স্বনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে। 

 ” ভকেল ফৰ লোকেল” লক্ষ্য আগত ৰাখি দেশবাসীক চুবুৰীয়া মহিলা সকলৰ পৰা বস্তু ক্ৰয় কৰি তেওঁলোকক আগবাঢ়ি অহাত সহায় কৰিবলৈ অনুৰোধ জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰালয়ৰ এই পদক্ষেপ প্ৰশংসনীয়। বৰ্তমান মহিলাসকলে নিজাববীয়াকৈ অৰ্থ উপাৰ্জন কৰিবলৈ আগবাঢ়ি আহিছে। ঘৰতে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এখন বজাৰৰ অভাৱ। একেখিনি উৎপাদিত সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰাতকৈ কাষৰীয়া মহিলাসকলৰ পৰা ক্ৰয় কৰিলে তেওঁলোকক উৎসাহিত কৰাৰ লগতে দেশৰ অৰ্থনীতিত সহায়ক হ’ব। 

বৰ্তমান অসমতো মহিলাসকলে কেক বনোৱা, পুতলা নিৰ্মাণ, গহনা, চাবোন আদি নিৰ্মাণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ আগবাঢ়িছে। বহুতো মহিলাই কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে। এওঁলোকক দেখি নতুনকৈ মহিলাসকল ওলাই আহিবলৈ প্ৰেৰণা পাইছে। থলুৱা মহিলাসকলৰ পৰা বস্তু ক্ৰয় কৰি উৎসাহিত কৰাটো স্থানীয় ৰাইজৰ কৰ্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে মহিলাৰ উত্তৰণত নিশ্চয় সহায় কৰিব।

 

Previous Post

অক্টোবৰত ১.৩০ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ হোৱাৰ কথা ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ

Next Post

হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক’ভিড ভেকচিন

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
Next Post
হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক’ভিড ভেকচিন

হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক'ভিড ভেকচিন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7