VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক’ভিড ভেকচিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ, জীৱন, সমাজ
হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক’ভিড ভেকচিন
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা মুকলি কৰিব হৰ ঘৰ দস্তক শীৰ্ষক ক’ভিড ভেকচিন প্ৰদান অভিযান। দেশৰ ৰাজ্য  আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীৰ  সৈতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মানদাভিয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত এই অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিপাৱালীৰ প্ৰাকক্ষণত ধনতেৰছৰ পবিত্ৰ দিনটোত কেন্দ্ৰীয় চৰকাৰে এই  অভিযানৰ শুভাৰম্ভ কৰিব। এমাহ জোৰা এই অভিযানৰ সময়ত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান কৰিব। বিশেষকৈ যিসমূহ জিলাত ক’ভিড ভেকচিন প্ৰদানৰ হাৰ এতিয়াও নিম্ন, সেই জিলাসমূহত এই  অভিযানৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। এই অভিযানৰ সময়ত ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয়  দুয়োপালি প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ৭৭ শতাংশ যোগ্য নাগৰিকে ইতিমধ্যে প্ৰথম পালি ভেকচিন লৈছে। আনহাতে ৩৭ শতাংশই ক’ভিডৰ দুয়োপালি ভেকচিন লাভ কৰিছে। বৰ্তমান ১০ কোটিতকৈয়ো অধিক যোগ্য ব্যক্তিয়ে এপালিও ভেকচিন লাভ কৰা নাই বুলি তেওঁ প্ৰকাশ কৰিছে। তদুপৰি ১০.৩৪কোটি লোকে  নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তত পুনৰ ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতত ভেকচিন প্ৰদান প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ কৰা  হৈছে।  সম্প্ৰতি ব্ৰিটেইন ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উপস্থিত হোৱাৰ পাছতে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন জিলাত ভেকচিন প্ৰদানৰ হাৰ এতিয়াও ৫০ শতাংশৰ তলত। সেয়েহে হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে এই জিলাসমূহত ভেকচিন প্ৰদানৰ হাৰ উন্নত হ’ব বুলি আশা কৰা হৈছে।

Previous Post

“নাৰী সে খড়িডাৰী” কেন্দ্ৰীয় শিশু আৰু মহিলা মন্ত্ৰণালয়ৰ দেৱালী উপলক্ষে নতুন উদ্দেশ্য

Next Post

আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?
জীৱন

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
Next Post
আজি ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ কৰিব

আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7