VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

voicedesk by voicedesk
March 29, 2023
in মুখ্য সংবাদ
বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত চাৰি দিনীয়া কাৰ্যসূচীৰে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিল লৈ লতাশিল খেলপথাৰত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
নৱপ্ৰজন্মক বয়ন শিল্পৰ লগত একাত্ম কৰাৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে মহিলা মৰ্চাই ।

প্ৰথমবাৰৰ বাবে লতাশিলত অনুষ্ঠিত হব এই বয়ন প্ৰশিক্ষণ কৰ্মশালা য’ত ২০ খন তাঁতশাল আৰু ২৫ গৰাকী শিপিনী থাকিব। এই প্ৰশিক্ষণত গামোচা কেনেকৈ বয় শিপিনী সকলে তাঁতশালত কেনেকৈ কাম কৰে সেই বিষয়ত আভাস দিয়া হব।এই প্ৰশিক্ষণৰ সময়চোৱাত ৪ দিনত ২০০ খন গামোচা তৈয়াৰ কৰি উলিওৱাৰ চিন্তা চৰ্চা কৰা হৈছে।৩০ মাৰ্চৰ পুৱা ৮:৩০ বজাত এই কৰ্মশালাৰ উদ্বোধন কৰিব পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমপ্ৰভা চুতীয়া বাইদেৱে লগতে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।

অসম চৰকাৰে আমাৰ অসমৰ শিপিনী সকলৰ বাবে বহুত চিন্তা কৰিছে। স্ব নিৰ্ভৰ মহিলা আচনিৰ জৰিয়তে শিপিনী সকলে সকাহ পাইছে বুলি সংবাদমেলত উল্লেখ কৰে ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই। এই কৰ্মশালাত গুৱাহাটীৰ আশে পাশে থকা বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ।গামোচা বিতৰ্ক সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত গামোচা খনক লৈ আমাৰ সকলোৰে চিন্তা এক হোৱা উচিত বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই। বজাৰত পাৱাৰলুমৰ গামোচা সন্দৰ্ভত আঙুৰলতা ডেকাই কয় যে এনে ধৰণৰ কাম এদিনতে বন্ধ কৰিব পৰা নাযায়, প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, সেই প্ৰচেষ্টাত আমি সকলোৱে আগ ভাগ লোৱা উচিত।

Previous Post

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

Next Post

অনিয়ম কৰা সুলভ মূল্যৰ দোকানী, অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অনিয়ম কৰা সুলভ মূল্যৰ দোকানী, অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত

অনিয়ম কৰা সুলভ মূল্যৰ দোকানী, অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7