VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, প্ৰধানমন্ত্ৰী মোদী-মুখ্যমন্ত্ৰী পেটেলে কৰিলে ভোটদান

voicedesk by voicedesk
December 5, 2022
in মুখ্য সংবাদ
গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, প্ৰধানমন্ত্ৰী মোদী-মুখ্যমন্ত্ৰী পেটেলে কৰিলে  ভোটদান
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে ৷ সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত ৰাণীপৰ নিশান পাব্লিক স্কুলত ভোটদানৰ বাবে উপস্থিত হয় মোদী ৷ আহি পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে নিজৰ ষ্টাইলত হাত জোকাৰি আৰু চেলুট দি ৰাইজক সম্ভাষণ জনায়। পথৰ দুয়োকাষে ৰৈ থকা লোকেসকলেও বুথলৈ খোজ কাঢ়ি যোৱাৰ সময়ত ‘মোদী মোদী’ ধ্বনিৰে সম্ভাষণ জনায় ৷ভোটদানৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘নিৰ্বাচন যি ধৰণেৰে চলি আছে, সেইটোৱে এক নজিৰ ৰচনা কৰিছে। লগতে নির্বাচন আয়োগক ইমান সুন্দৰ আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।‘

উত্তৰ গুজৰাটৰ ১৪খন জিলাত  ৯৩টা সমষ্টিত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷সমগ্ৰ আহমেদাবাদ, বৰোদা, গান্ধীনগৰ আদি জিলাত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি মুঠ ৮৩৩ গৰাকী প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গুজৰাটত দ্বিতীয় পৰ্যায়ত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ  ৪.৭৫ শতাংশ বুলি জানিব পৰা গৈছে ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে  ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি

আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7