VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি

আই.আই.টি গুৱাহাটীৰ এগৰাকী শিক্ষাৰ্থীয়েও লাভ কৰিছে ২.৪কোটি টকা দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in অৰ্থনীতি
আই.আই.টি.ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে  ৪কোটি টকা দৰমহাৰ চাকৰিৰ নিযুক্তি
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ ভিতৰতে উচ্চ শিক্ষাৰ বাবে ভাৰতৰ এক প্ৰতিষ্ঠিত আগশাৰীৰ শিক্ষানুষ্ঠান আই.আই.টি. ৷ যি শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা বহুতৰ বাবেই হয়তো এক সপোন ৷ এই শিক্ষানুষ্ঠানে কেৱল শিক্ষা প্ৰদান কৰাই নহয় শিক্ষাৰ্থী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে আজি বহু বছৰ ধৰি কেম্পাছ নিযুক্তিৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ সমগ্ৰ দেশৰ আই.আই.টি. সমূহত কেম্পাছ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তিনিখন আগশাৰীৰ আই.আই.টিৰ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ৪কোটি টকীয়া দৰমাহাৰ চাকৰিৰ বাবে নিযুক্তি ৷ উল্লেখযোগ্য যে যোৱা বৃহস্পতি বাৰে হাই ফ্ৰিকুৱেন্সি এণ্ড কুৱাণ্টিটেটিভ প্ৰতিষ্ঠান ‘জেন ষ্ট্ৰীট কেপিটেলে’ এই শিক্ষানুষ্ঠানৰ ৩গৰাকীকৈ শিক্ষাৰ্থীক এই লোভনীয় দৰমহাত নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে ৷ দেশৰ আগশাৰীৰ আই.আই.টি. প্ৰতিষ্ঠান আই.আই.টি.দিল্লী, আই.আই.টি কানপুৰ আৰু আই.আই.টি ব’ম্বেৰ তিনিওগৰাকী শিক্ষাৰ্থী ইতিমধ্যে চুক্তিবদ্ধ হৈছে উক্ত প্ৰতিষ্ঠানটোৰ সৈতে ৷

সমগ্ৰ বিশ্বতে মন্দাৱস্থাই দেখা দিয়াৰ সময়ছোৱাতে কেইগৰাকীমান শিক্ষাৰ্থীয়ে এনে আভিলেখকাৰী দৰমহাত সংস্থাপন লাভ কৰাটো সঁচাকৈয়ে তাৎপৰ্য্যপূৰ্ণ ৷ আনহাতে আই.আই.টি. মাদ্ৰাজৰ ২৫গৰাকীকৈ শিক্ষাৰ্থীয়ে এইবাৰ ১ কোটি টকাৰ অধিক  দৰমহাৰ চাকৰি লাভ কৰাৰ লগতে আই.আই.টি গুৱাহাটীৰ এগৰাকী শিক্ষাৰ্থীয়েও ২.৪কোটি টকাৰ চাকৰিৰ প্ৰস্তাৱ পোৱা বুলি অসমৰ আগশাৰীৰ বাতৰি কাকত ‘নিয়মীয়া প্ৰতিদিন’ৰ এক প্ৰতিবেদনত উল্লেখ পাইছে ৷ আনহাতে শিক্ষানুষ্ঠানখনৰ ১১গৰাকীকৈ সিক্ষাৰ্থীয়ে লোভনীয় চাকৰিৰ প্ৰস্তাৱ লাভ কৰাৰ লগতে  আন এগৰাকীয়ে ১.১কোটি  টকাৰ দৰমহাৰ প্ৰস্তাৱ লাভ কৰা বুলি প্ৰতিবেদন যোগে বাতৰি কাকতখনত প্ৰকাশ পাইছে  ৷

Previous Post

গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, প্ৰধানমন্ত্ৰী মোদী-মুখ্যমন্ত্ৰী পেটেলে কৰিলে ভোটদান

Next Post

অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক’ত আছিল লুকাই !!

Related Posts

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে  ‘ওৱানপ্লাছ ‘
অৰ্থনীতি

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত ভাৰতত বহুতো ডিভাইচ মুকলি কৰিবলৈ সাজু হৈছে ‘ওৱানপ্লাছ ‘

January 27, 2023
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’
অৰ্থনীতি

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

January 27, 2023
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি
অৰ্থনীতি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

January 25, 2023
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
অৰ্থনীতি

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

January 24, 2023
আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে
অৰ্থনীতি

আই পি অ’ৰ বাবে খচৰা আবেদন পুনৰ দাখিল কৰিব অৰেভেল ষ্টেজ লিমিটেডে

January 18, 2023
এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব  বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে
অৰ্থনীতি

এইবাৰ ১১ হাজাৰ কর্মচাৰী চাটাই কৰিব বিল গেটছৰ কোম্পানী মাইক্ৰ’ছফ্টে

January 18, 2023
Next Post
অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক’ত আছিল লুকাই !!

অৱশেষত আত্মসমর্পন ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ, ক’ত আছিল লুকাই !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7