VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে খড়্গ কাটি নিলে জীৱন্ত গঁড়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2022
in মুখ্য সংবাদ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে খড়্গ কাটি নিলে জীৱন্ত গঁড়ৰ
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক হৃদয়বিদাৰক ঘটনা ।৯ মে’ত উদ্যানখনৰ এটা জলাশয়ত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল এটা গঁড়ৰ জাক । তাৰ মাজৰ এটা গঁড়ৰ খড়্গৰ স্থানৰ পৰা ৰক্তক্ষৰণ হৈ থকা দেখা পাইছিল বনকৰ্মীসকলে । তেওঁলোকে জলাশয়ত ছটফটাই ঘূৰি ফুৰা দেখিলে এটা খড়্গহীন গঁড়ক।

বন বিষয়া প্ৰদীপ্তা বৰুৱাই এই ঘটনা সন্দৰ্ভত কয় যে,”প্ৰথমতে আমি ভাবিছিলো যে অন্তৰ্দ্বন্দ্বৰ বাবে গঁড়টোৱে খড়্গ হেৰুৱাইছে। এনেকুৱা কেতিয়াবা হয়। আমি প্ৰধান মুখ্য বন সংৰক্ষকক অৱগত কৰিছিলো। তাৰ পিছত গুৱাহাটীৰ দল এটা গঁড়টোৰ ওচৰলৈ গ’ল। গড়টোৰ দেহৰ আন স্থানত আঘাতৰ চিহ্ন নাছিল কিন্তু খড়্গটো কাটি নিয়া হৈছিল। এইটো চোৰাং চিকাৰৰ এটা স্পষ্ট ঘটনা য’ত চোৰাং চিকাৰীয়ে খড়্গটো কাটি নিয়াৰ পূৰ্বে গঁড়টো ট্ৰেংকুলাইজ কৰিছিল। ওৰাঙৰ এই ঘটনাটো ২০১৭ চনৰ পিছত প্ৰথম ঘটনা” ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গঁড়টো চোৱাচিতা কৰা চিকিৎসকজনে জনায় যে গঁড়টো সুস্থ অৱস্থাত আছে আৰু আঘাতপ্ৰাপ্ত স্থানত কোনো পোকে ধৰা নাই। ২৪ ঘণ্টাই গঁড়টোৰ ওপৰত নজৰ ৰখা হৈছে।

উল্লেখযোগ্য যে ২০১৮ চনৰ গঁড় গণনাত উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ১০১টা। অৱশ্যে এতিয়া এই সংখ্যা বৃদ্ধি হৈ ১২৫টা হৈছেগৈ। ইয়াৰ ভিতৰত আছে ৪৩টা মতা, ৪৯জনী মাইকী আৰু ২৩টা পোৱালি গঁড়। আনহাতে ১০টা গঁড়ৰ লিংগ নিৰ্ণয় কৰিব পৰা হোৱা নাই।

Previous Post

তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড

Next Post

আজি গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ পেট্ৰ’ল ডিপো

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post
৪ মে’ৰ পৰা ৪০ বাৰ বৃদ্ধি ইন্ধনৰ মূল্য

আজি গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ পেট্ৰ’ল ডিপো

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7