VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সম্প্ৰতি নতুন দল গঠন নকৰি বিহাৰত ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰিবলৈ কিয় সিদ্ধান্ত লৈছে প্ৰশান্ত কিশোৰে !!

voicedesk by voicedesk
May 5, 2022
in মুখ্য সংবাদ
সম্প্ৰতি নতুন দল গঠন নকৰি  বিহাৰত  ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰিবলৈ কিয় সিদ্ধান্ত লৈছে প্ৰশান্ত কিশোৰে !!
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক কাৰ্যকলাপ বিশেষভাৱে চর্চিত হৈ আহিছে ৷ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰেও চর্চা লাভ কৰিছিল ৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁ কংগ্ৰেছত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ মাজতে তেওঁ নতুন ৰাজনৈতিক দল খুলিব বুলি ৰাজনৈতিক মহলত চর্চিত হৈছিল ৷ কিন্তু বর্তমান ৰাজনৈতিক দল গঠনৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে প্ৰশান্ত কিশোৰে ৷ ইয়াৰ বিপৰীতে তেওঁ নিজৰ গৃহ ৰাজ্য বিহাৰত চৰকাৰী  ব্যৱস্থাৰ পৰিৱর্তনৰ বাবে  কাম কৰি যাব বুলি সদৰী কৰিছে ৷

উল্লেখ্য যে প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিবিদজনে অহা  ২ অক্টোবৰৰ পৰা বিহাৰত  ৩,০০০ কিলোমিটাৰ পদযাত্ৰা কৰিব বুলি ঘোষণা কৰে ৷ এয়া  বিহাৰত “নতুন চিন্তা, নতুন প্ৰচেষ্টা” অনাৰ বাবে আৰম্ভ কৰা অভিযান বুলিও  তেওঁ জানিবলৈ দিছে ৷

প্ৰশান্ত কিশোৰে লগতে কয় যে শীঘ্ৰে  বিহাৰত কোনো নিৰ্বাচন অনুষ্ঠিত হ‘বলগীয়া নাই ৷  সেয়েহে এটা ৰাজনৈতিক দল বৰ্তমান আৰম্ভ  কৰাৰ পৰিকল্পনা নাই ৷ তেওঁ কয়, “মই শূন্যৰ পৰা আৰম্ভ কৰিব বিচাৰো ৷ মই পৰৱৰ্তী তিনি-চাৰি বছৰ ৰাজহুৱা সুশাসনৰ ধাৰণাৰে ৰাইজৰ ওচৰলৈ যাম।”

মিছন বিহাৰ ঘোষণা কৰাৰ সময়তে ৰণনীতিবিদজনে লালু যাদৱ আৰু নীতিশ কুমাৰ দুয়োৰে শাসনক সমালোচনা কৰি ৰাজ্যখনৰ মুখ্য দলসমূহৰ সৈতে  মিত্ৰতা সম্পৰ্কে  কৰা জল্পনা-কল্পনা নস্যাৎ কৰে ৷

তেওঁ কয় যে যোৱা ১৫ বছৰ বিহাৰৰ বাবে ভাল নাছিল ৷  আজি কোনো ৰাজনৈতিক মঞ্চ বা ৰাজনৈতিক দল ঘোষণা কৰা নহয় । যিসকলে বিহাৰত পৰিৱৰ্তন বিচাৰে তেওঁলোকক  একত্ৰিত কৰাৰ এয়া প্ৰয়াস ৷ প্ৰশান্ত কিশোৰে লগতে কয়: “যদি আমি ভৱিষ্যতে এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত ল’ও  তেন্তে সেয়া প্ৰশান্ত কিশোৰৰ দল নহ’ব। এইটো এটা জনসাধাৰণৰ দল হ’ব ।যোৱা কেইমাহমানত সুশাসনত বিশ্বাস কৰা ১৭,০০০ লোকক চিনাক্ত কৰা হৈছে । ইয়াৰে প্ৰায় ৯০ শতাংশ লোকে বিশ্বাস কৰে যে বিহাৰক নতুন চিন্তাধাৰাৰ প্ৰয়োজন। অহা তিনি-চাৰি মাহত, মই ব্যক্তিগতভাৱে যিমান পাৰি সিমান লোকক লগ কৰিবলৈ চেষ্টা কৰিম ৷”

Previous Post

অ’লা কাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ চিৰদেশমুখৰ পদত্যাগ

Next Post

জয়ী হ’ব কোন?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জয়ী হ’ব কোন?

জয়ী হ’ব কোন?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7