VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা

voicedesk by voicedesk
December 9, 2022
in মুখ্য সংবাদ
পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল এগৰাকী মহিলা ৷ পেৰুৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব ল’লে  ডিনা ব’লুৱেৰ্টে। দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক জৰুৰীকালীন ভাৱে অপসাৰণ কৰাৰ পাছত বুধবাৰে তেওঁ ক্ষমতালৈ আহে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ২০২১ চনত কাষ্টিলো ক্ষমতালৈ অহাৰ পিছত দুবাৰকৈ অপসাৰণৰ চেষ্টা চলোৱা হৈছিল। বুধবাৰে পেৰুৰ ৰাষ্ট্ৰীয় টেলিভিছনত বিৰোধী পৰিচালিত কংগ্ৰেছ ভংগ কৰাৰ আহ্বান জনায় কেষ্টেলোৱে। লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ইয়াৰ পিছত  দেশখনত আৰম্ভ হয় প্ৰতিবাদ। বহু মন্ত্ৰী আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বহুতে কর্তব্যৰ  পৰা পদত্যাগ কৰে ৷ জানিব পৰা মতে আৰক্ষীৰ সন্মুখত দুয়োপক্ষৰ সমৰ্থকৰ মাজত কাজিয়া আৰম্ভ হয়। লগে লগে তেওঁক অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ তাত ১০১ জন লোকে তেওঁক অপসাৰণৰ সপক্ষে ভোটদান কৰে ৷এই সিদ্ধান্তৰ বিৰুদ্ধে ছজন লোকে ভোট দিয়ে । ১০ জন লোক এই ভোটদানৰ পৰা বিৰত থাকে।

কাষ্টেলোৰ বিৰুদ্ধে মহাভিযোগ দাখিল কৰাৰ পিছত ডিনা ব’লুৱেৰ্টে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ২০২৬ চনলৈকে সেই পদত তেওঁ অধিষ্ঠিত হৈ থাকিব ৷ তেওঁ পেছাত এজন উকীল আছিল। দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় চিনাক্তকৰণ আৰু নাগৰিক অৱস্থাৰ পঞ্জীয়নত কাম কৰিছিল। ২০২১ চনত ৬০ বছৰীয়া ব’লুৱেৰ্টে ‘পেৰু লিব্ৰে পাৰ্টি’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ কয় যে দেশখনক পৰিস্থিতিৰ পৰা বচাবলৈ কিছু সময় আৰু সুযোগৰ প্ৰয়োজন ৷

 

Previous Post

পাঁচখন তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি আহত কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !

Next Post

নিশ্চিতভাৱে প্ৰকৃতিৰ এক আশ্চৰ্য্য ‘মনোট্ৰপা ইউনিফ্ল’ৰা’ নামৰ এই উদ্ভিদ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নিশ্চিতভাৱে প্ৰকৃতিৰ এক আশ্চৰ্য্য ‘মনোট্ৰপা ইউনিফ্ল’ৰা’ নামৰ এই উদ্ভিদ

নিশ্চিতভাৱে প্ৰকৃতিৰ এক আশ্চৰ্য্য ‘মনোট্ৰপা ইউনিফ্ল'ৰা’ নামৰ এই উদ্ভিদ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7