VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাঁচখন তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি আহত কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in মুখ্য সংবাদ
পাঁচখন  তৰোৱাল গিলি দুঃসাহসিক খেল প্ৰদর্শন কৰি  আহত  কিংবদন্তি শিল্পীয়ে যুঁজিছে মৃত্যুৰে , কোন এইগৰাকী শিল্পী !
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

তৰোৱালখন মুখত ভৰাই বিভিন্ন কৌশল প্ৰদর্শনেৰে জনপ্ৰিয়তা লাভ কৰা এগৰাকী শিল্পী ৷  আজৱ কায়দাৰে  তৰোৱাল মুখত ভৰাই গিলি পেলোৱা শিল্পীজনৰ বিস্ময়কৰ খেল চাবলৈ  হেতা ওপৰা লাগে বহু লোকৰ ৷  ছান ডিয়েগোৰ স্কট নেলচনে তৰোৱালেৰে যাদু দেখুৱাই জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়। কিন্তু এই কৃতিত্ব প্ৰদর্শণ কৰি থকা অৱস্থাতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ’ল।

সদায় দেখুৱাই অহা খেলাৰ সময়তে হোৱা সামান্য হীন দেৰিয়ে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে শিল্পী গৰাকীক ৷  গুৰুতৰভাৱে আহত হয় শিল্পীগৰাকী। তেওঁৰ পেট, যকৃত, হাওঁফাওঁৰ যথেষ্ট ক্ষতি হয়। যাৰ বাবে তেওঁৰ ঠিকনা এতিয়াৰ বাবে হৈ পৰিছে  চিকিৎসালয়।

নেলছনৰ শ্ব’বোৰ তৰোৱালেৰে এনে দক্ষতা দেখুৱাবলৈ আয়োজন কৰা হৈছিল। অৱশ্যে কোনো এটা শ্ব’ৰ সময়ত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল। তৰোৱালখনেৰে অনুশীলন কৰি থাকোঁতে তেওঁ হয়তো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কেতিয়া এনেকুৱা হৈছিল সেয়া স্পষ্ট হোৱা নাই। শেহতীয়াকৈ তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ খবৰ পোহৰলৈ আহিছে।

স্কট মেৰিলেণ্ডৰ এখন থিম পাৰ্কত খেল প্ৰদর্শনৰ সময়তে আঘাতপ্ৰাপ্ত হোৱা নেলছনক ৱাশ্বিংটনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। নেলচনৰ শ্ব’টোৰ কাৰ্যবাহী প্ৰযোজক জোছ বৰেনে এইদৰে কয়।

স্কটৰ আঘাত সমূহ প্ৰত্যক্ষ কৰি চিকিৎসকে প্ৰথমতে ভাবিছিল যে তেওঁক বচাব নোৱাৰিব। কিন্তু তেওঁ অলৌকিকভাৱে সুস্থ হৈ উঠিছে ৷

স্কটে এমাহতকৈও অধিক সময় মৃত্যুৰ সৈতে যুঁজিছিল। তেওঁৰ পেটৰ পৰা পাঁচখন তৰোৱাল উলিওৱা হৈছিল ৷ সম্প্ৰতি তেওঁ বিপদমুক্ত যদিও এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

৫৯ বছৰীয়া নেলচনে তৰোৱালেৰে বিভিন্ন ধৰণৰ খেল প্ৰদর্শন কৰিছিল ৷যিসমূহ দেখি সকলো আচৰিত হৈছিল। মুখত সেই তৰোৱালখন লৈও তেওঁ মৃত্যুৰ মুখৰ পৰা উভতি আহিল। চিকিৎসাধীন অৱস্থাত তেওঁৰ কিছু ছবি প্ৰকাশ কৰা হৈছে৷ তেওঁৰ শৰীৰৰ বিভিন্ন অংশ কাটি পেলোৱা হৈছে। অন্ততঃ আৰু এসপ্তাহ নেলছনে হস্পিতালত কটাব লাগিব। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ লগে লগে নেলচনে নিজৰ কামলৈ ঘূৰি আহিব নোৱাৰিব। তেওঁক এতিয়াৰ বাবে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

তেওঁৰ চিকিৎসাৰ বিত্তীয় সাহায্যত সহায়ক হোৱাকৈ এটা পুঁজি মুকলি কৰা হৈছিল। এমাহতকৈ অধিক সময় ধৰি নেলচনে একো খাব পৰা নাই। তেওঁৰ আঘাত গুৰুতৰ।

গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ হতাশ হৈ পৰা নাই ৷ বৰঞ্চ এই বেয়া সময়ৰ মাজতো তেওঁ ইতিবাচক হৈ থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নেলচনে কয় যে আঘাতৰ পিছত কেইবাদিনো ধূমপান কৰা নাই ৷ ধূমপান এৰি দিয়াটো তেওঁ ইতিবাচক বুলি গণ্য কৰিছে ৷

শিল্পীগৰাকীৰ আঘাতৰ খবৰ পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয়ৰ বাহিৰত বহু অনুৰাগীৰ সমাগম হয়। অনুৰাগীৰ উপস্থিতি দেখি তেওঁ আপ্লুত হৈ পৰিছিল।

 

 

Previous Post

বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত নাথাকিব ৰোহিত শর্মা-দীপক চাহৰ-কুলদ্বীপ সেন, ওভতি আহিল দেশলৈ

Next Post

পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা

পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল প্ৰথম গৰাকী মহিলা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7