VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা সম্পন্ন, আগন্তুক দুই মাহৰ ভিতৰত অনুষ্ঠিত হব প্ৰেছ ক্লাবৰ নিৰ্বাচন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 27, 2023
in মুখ্য সংবাদ
সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

এক তৃতীয়াংশ সদস্য উপস্থিত নথকা বাবে স্থগিত কৰিব লগীয়া হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা পুনৰ অনুষ্ঠিত হল দেওবাৰে। এই সভাত গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটিৰ হৈ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে বিগত বৰ্ষসমূহৰ হিচাপ দাখিল কৰে। তাৰ পিছতে ১৩ মাৰ্চত অনুষ্ঠিত প্ৰেছ ক্লাবৰ শেষৰখন কাৰ্যনিৰ্বাহকত লোৱা সিদ্ধান্ত অনুসৰি সভাপতি মনোজ কুমাৰ নাথে কাৰ্যনিৰ্বাহক সমিতিৰ সকলো বিষয়- ববীয়াৰ হৈ কাৰ্যকাল সমাপ্ত হোৱা বাবে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। ইয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক পুলিন সাহাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ সমূহ এনেধৰণৰ:
১) অহা ডেৰ- দুই মাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন।

২) নিৰ্বাচনৰ বাবে জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষৰ নেতৃত্বত গঠন কৰা হয় ৫ জনীয়া নিৰ্বাচনী সমিতি।

৩) নিৰ্বাচনী সমিতিৰ আন সদস্যসকল হল ক্ৰমে- পুলিন সাহা, মণ্টু শইকীয়া, অনুপম নাথ আৰু অগ্নিভ গগৈ।

৪) সভাই আইনী পৰামৰ্শ আৰু নিৰ্বাচনৰ প্ৰিজাইডিং বিষয়া হিচাপে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনক দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়।

৫) ইয়াৰ উপৰিও নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পুঁজি কমিটিক দিবলৈ অনুমতি দিয়ে।

৬) নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে নিৰ্বাচন কমিটিয়ে সম্পন্ন কৰিব নতুন সদস্য ভৰ্তিকৰণ আৰু নবিকৰণৰ কাম।

৭) নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত প্ৰেছ ক্লাব পৰিচালনা কৰাৰ বাবে পূৰ্বৰ কমিটিকে দায়িত্ব প্ৰদান কৰে।

গুৱাহাটী প্ৰেছ ক্লাব তদৰ্থ কমিটি

Previous Post

অৰুণাচলত অনুষ্ঠিত জি-২০ৰ গোপনীয় বৈঠক বর্জন চীনৰ

Next Post

১২ ভাৰতীয় বলাৰক দিব নোৱাৰিব অতিৰিক্ত হেচা ! আই পি এলৰ দললৈ কিয় নির্দেশ দিলে ব’র্ডে !!

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
১২ ভাৰতীয় বলাৰক দিব নোৱাৰিব অতিৰিক্ত হেচা ! আই পি এলৰ দললৈ কিয় নির্দেশ দিলে ব’র্ডে !!

১২ ভাৰতীয় বলাৰক দিব নোৱাৰিব অতিৰিক্ত হেচা ! আই পি এলৰ দললৈ কিয় নির্দেশ দিলে ব’র্ডে !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7