VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেদাৰনাথত প্ৰধানমন্ত্ৰী মোদী

উদ্বোধন কৰিলে শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 5, 2021
in মুখ্য সংবাদ, সমাজ
কেদাৰনাথত প্ৰধানমন্ত্ৰী মোদী
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ ঐতিহ্যমণ্ডিত কেদাৰনাথ মন্দিৰ চৌহদত আজি আদিগুৰু শংকৰাচাৰ্যৰ  পুনৰ নিৰ্মাণ কৰা সমাধিৰ লগতে ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৩ বর্ষৰ  ভয়ানক বানত শংকৰাচাৰ্যৰ সমাধিস্থল ধ্বংসস্তূপত পৰিণত হৈছিল। প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে এই সমাধিস্থল পুনৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি।  সমাধিস্থল উন্মোচন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ২০১৩ চনৰ ভয়াবহ বানপানীৰ পাছত কেদাৰনাথক পুনৰ নিৰ্মাণ কৰাৰ ভাৱনা আহিছিল ভক্তসকলৰ মাজত।মোৰ মনতো সদায় কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ এটা চিন্তা আছিল। আৰু পূৰ্বতকৈয়ো অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে বুলি মই মনতে ভাবিছিলোঁ।” আনহাতে কেদাৰনাথ ধাম পুনৰ নিৰ্মাণ কৰাটো তেওঁৰ এক সপোনৰ প্ৰকল্প আছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে  দিল্লীৰ পৰাই তেওঁ নিয়মীয়াভাবে এই প্ৰকল্পৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ আহিছিল। দ্ৰোণৰ জৰিয়তে গ্ৰহণ কৰা ভিডিঅ’ৰ জৰিয়তে পুনৰ নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰিছিল মোদীয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত ৫ বছৰত ৰাজ্যখনত কেইবা কোটি টকাৰ প্ৰকল্প উন্মোচন কৰা হৈছে। সম্প্ৰতি ঋষিকেশ আৰু কৰনপ্ৰয়াগৰ মাজত ৰেলপথ সংযোগীকৰণৰ কাম চলি আছে। তদুপৰি সকলো বতৰতে চলাচল কৰিব পৰা পথ নিৰ্মাণৰ কাম অব্যাহত আছে।  উল্লেখযোগ্য যে ৩৫ টন ওজনৰ শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিছে বেংগালুৰুৰ শিল্পীয়ে। এই মূৰ্তিৰ উপৰি মোদীয়ে আন কেইবাটাও উল্লেখযোগ্য প্ৰকল্প আজি উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে কেদাৰনাথ মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে আৰতি কৰে। পূজা আগবঢ়োৱাৰ পাছত মোদীয়ে কেদাৰনাথ মন্দিৰৰ চৌপাশে প্ৰদক্ষিণ কৰে।

Previous Post

অৱশেষত ক’ভেক্সিন ভেকচিনলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন

Next Post

অৰুণাচল প্ৰদেশৰ সমীপতে এশ গৃহৰে চীনে নিৰ্মাণ কৰিছে গাঁও

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
অৰুণাচল প্ৰদেশৰ সমীপতে এশ গৃহৰে চীনে নিৰ্মাণ কৰিছে গাঁও

অৰুণাচল প্ৰদেশৰ সমীপতে এশ গৃহৰে চীনে নিৰ্মাণ কৰিছে গাঁও

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7