VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘কাৰাবন্দী’ চতুৰ্থ স্তম্ভ! বিশ্বত বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন

voicedesk by voicedesk
December 14, 2022
in মুখ্য সংবাদ
‘কাৰাবন্দী’ চতুৰ্থ স্তম্ভ! বিশ্বত  বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বিশ্বত বৃদ্ধি পাইছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা । শেহতীয়াকৈ ‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ (আৰ এছ এফ)ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷  প্ৰতিবেদনত উল্লখ কৰা অনুসৰি ২০২১ চনত কাৰাগাৰত বন্দী সাংবাদিকৰ সংখ্যা ৪৮৮ জন ৷  ২০২২ চনত এমাহ বাকী থকা অৱস্থাত এই সংখ্যা ৫৩৩ জনলৈ বৃদ্ধি পাইছে!

সমীক্ষা অনুসৰি সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৫খন দেশ আগবাঢ়ি আছে। বিগত কেইবছৰৰ দৰেই এইবাৰো চীন শীৰ্ষত আছে। তাৰ পিছত ক্ৰমে ম্যানমাৰ, ইৰাণ, ভিয়েটনাম আৰু বেলাৰুছ। এই প্ৰসংগত আৰ এছ এফৰ মুৰব্বী ক্রিষ্টোফাৰ ডেলাৱেৰে কয়, “বিশ্বৰ বিভিন্ন দেশৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাই সাংবাদিকক যিদৰে দ্ৰুতগতিত গ্ৰেপ্তাৰ কৰিছে, সেয়া পূৰ্বতে দেখা পোৱা নাছিলো।” বিশ্বৰ বিভিন্ন দেশত চৰকাৰৰ বিৰুদ্ধে সত্য উলিয়াই অনাৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিকসকলৰ কাষত থিয় দিবলৈ চেষ্টা কৰিব বুলিও তেওঁ কয়।

ইয়াৰ পূৰ্বে সাংবাদিকক গ্ৰেপ্তাৰ কৰা শীৰ্ষ পাঁচখন দেশৰ ভিতৰত নাছিল ইৰাণ। কিন্তু যোৱা ছেপ্টেম্বৰ মাহত আৰক্ষীৰ জিম্মাত মহছা আমিনীৰ মৃত্যুৰ পিছত দেশজুৰি বিয়পি পৰা হিজাব বিৰোধী আন্দোলনেও সংবাদ মাধ্যমে চৰকাৰৰ গতানুগতিক আৰু ৰক্ষণশীল নীতিৰ বিৰোধিতা কৰা দেখা গৈছে। ইয়াৰ পিছত ইৰাণ প্ৰশাসনে ৩৪ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদনত ২০২২ চনতো মহিলা সাংবাদিকক গ্ৰেপ্তাৰৰ সংখ্যা উল্লেখ কৰা হৈছে। চলিত বৰ্ষত এতিয়ালৈকে ৭৮ গৰাকী মহিলা সাংবাদিক কাৰাগাৰত আছে। ইয়াৰ আগতে কেতিয়াও ইমান মহিলা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

পৰিসংখ্যাৰ পৰা স্পষ্ট যে সাংবাদিকক কাৰাবন্দী কৰাৰ অধিকাংশ গোচৰ এছিয়াত সংঘটিত হৈছে ৷ বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশসমূহত। প্ৰতিবেদনত উল্লেখ কৰা মতে  ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা এই দেশসমূহত বন্দী সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে।

Previous Post

২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য

Next Post

‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা

‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7