VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সোণালী জয়ন্তী বর্ষতে বন্ধৰ সিদ্ধান্ত ‘প্ৰজেক্ট টাইগাৰ’, এইবাৰ হাতী-বাঘ সংৰক্ষণক কেন্দ্ৰই কৰিব সানমিহলি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 24, 2023
in মুখ্য সংবাদ
সোণালী জয়ন্তী বর্ষতে বন্ধৰ সিদ্ধান্ত ‘প্ৰজেক্ট টাইগাৰ’, এইবাৰ হাতী-বাঘ সংৰক্ষণক কেন্দ্ৰই কৰিব সানমিহলি
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

দেশত বাঘৰ সংখ্যা বিপুল বৃদ্ধি হোৱাৰ পাছতো প্ৰত্যাহাৰ কৰা হ’ল ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ! দেওবাৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে ‘প্ৰজেক্ট টাইগাৰ’ক প্ৰত্যাহাৰ কৰা হৈছে। দেশৰ সুপৰিচিত বাঘ বিশেষজ্ঞ বাল্মিক থাপাৰে  কয় যে “প্ৰজেক্ট টাইগাৰ”ৰ মৃত্যুত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বন মন্ত্ৰালয়ৰ উদাসীনতা স্পষ্ট হৈ পৰিছে ৷

 

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে অৱশ্যে মানি ল’বলৈ অস্বীকাৰ কৰে। তেওঁ কয়, “বাঘ সংৰক্ষণ প্ৰকল্পই দেশৰ হাতী সংৰক্ষণ প্ৰকল্প (প্ৰজেক্ট এলিফেণ্ট)ৰ সৈতে যৌথভাৱে কাম কৰিব। যিটোৰ নাম সলনি কৰা হৈছে, বাঘ আৰু হাতী সংৰক্ষণ বিভাগ।” দেশৰ বেছিভাগ বিৰোধী ৰাজনৈতিক দল আৰু বাঘ বিশেষজ্ঞই অৱশ্যে বাঘ আৰু হাতী নামৰ দুটা ভিন্ন বন্যপ্ৰাণী প্ৰকল্পৰ সংমিশ্ৰণৰে বন মন্ত্ৰালয়ক আবণ্টন কৰ্তনৰ সম্ভাৱনা দেখিছে। বিশিষ্ট বন্যপ্ৰাণী গৱেষক মিথিলেশ যোশীয়ে কয়, ” ইয়াৰ ফলত দেশত হাতী বা বাঘৰ সংৰক্ষণৰ কাম সঠিকভাৱে কৰা নহ’ব। কেন্দ্ৰই এই সিদ্ধান্তৰ জৰিয়তে  প্ৰজেক্ট টাইগাৰৰ বাবে আবণ্টিত ধন প্ৰধানমন্ত্ৰীৰ চিতা সংৰক্ষণৰ প্ৰকল্পত ব্যয় কৰিব ৷”

 

১৯৭৩ চনত যেতিয়া প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল তেতিয়া দেশত বাঘৰ সংখ্যা আছিল ২৯৯ টা। পঞ্চাশ বছৰত ভৰি দিয়া প্ৰজেক্ট টাইগাৰৰ উদ্যোগত সেই সংখ্যা এতিয়া ৩১৬৭। বিশ্বৰ ৭৫ শতাংশ বন্য বাঘ এতিয়া দেশৰ বিভিন্ন বাঘ প্ৰকল্পই আৱৰি থকা বনাঞ্চলত। চলিত বিত্তীয় বৰ্ষত প্ৰজেক্ট টাইগাৰৰ বাবে আবণ্টন কেন্দ্ৰীয় বাজেটত ৩০৭৯ কোটি টকাৰ পৰা প্ৰায় ২৪ শতাংশ বৃদ্ধি কৰি ২৪৭৮ কোটি টকা কৰা হয়। ইয়াৰ পাছতো কিয় তিনিমাহৰ ভিতৰতে এই প্ৰকল্পটো এৰি দিয়া হ’ল? প্ৰশ্ন উত্থাপন কৰিছে বাঘ বিশেষজ্ঞসকলে।

Previous Post

গিনিজ বুকখনত নাম সোমাবলৈ একেৰাহে সাত দিন কান্দি আংশিক দৃষ্টিশক্তি হেৰুৱালে যুৱকে

Next Post

টেষ্ট ক্ৰিকেটৰ নতুন মাইলৰ খুঁটি স্পর্শ জাডেজা-অশ্বিনে, কি এই নতুন নজিৰ?

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
টেষ্ট ক্ৰিকেটৰ নতুন মাইলৰ খুঁটি স্পর্শ জাডেজা-অশ্বিনে, কি এই নতুন নজিৰ?

টেষ্ট ক্ৰিকেটৰ নতুন মাইলৰ খুঁটি স্পর্শ জাডেজা-অশ্বিনে, কি এই নতুন নজিৰ?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7