VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুদীৰ্ঘ ৬২ দিনৰ পাছত জামিনত মুক্তি পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 21, 2021
in মুখ্য সংবাদ, জীৱন
সুদীৰ্ঘ ৬২ দিনৰ পাছত জামিনত মুক্তি পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সুদীৰ্ঘ দুমাহৰ পাছত সোমবাৰে জামিন পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই। উল্লেখযোগ্য যে মুম্বাই আদালতে সোমবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ কৰে।

অভিনেত্ৰী শিল্পা চেট্টীয়ে স্বামীৰ জামিনৰ পাছতেই ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। তেঁও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিশেষ কেপচনত উল্লেখ কৰে যে বেয়া দিনৰ পাছত মানুহৰ ভাল দিনো আহে আৰু সেয়া ৰামধেনুৰ অস্তিত্বই প্ৰমাণ কৰে।

উল্লেখ্য যে বিগত ১৯ জুলাইত পৰ্ণগ্ৰাফী মামলাত অভিযুক্ত হিচাপে ৰাজ কুন্দ্ৰাৰ লগতে আৰু ১১ জন অভিযুক্তক মুম্বাই আৰক্ষী ক্ৰাইম ব্রাঞ্চে আতক কৰিছিল। ইয়াৰ পাছত কেইবাবাৰো জামিনৰ বাবে আবেদন কৰা স্বত্তেও জামিন মঞ্জুৰ কৰা হোৱা নাছিল। আনহাতে যোৱা ১৬ ছেপ্তেম্বৰ তাৰিখে মুম্বাই ক্ৰাইম ব্রাঞ্চে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। উক্ত চাৰ্জশ্বিটত পত্নী শিল্পা সহিতে ৪৩ জন লোকৰ সাক্ষী উল্লেখ আছিল।

উল্লেখ্য যে যোৱা শনিবাৰে পুনৰবাৰ জামিনৰ বাবে আবেদন কৰা হৈছিল। ৰাজ কুন্দ্ৰাৰ মতে চাৰ্জশ্বিটত পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত তেঁওৰ সহযোগ আছিল বুলি কোনো তথ্য অথবা প্ৰমাণ উল্লেখ কৰা নাই। তেঁওক বলিৰ পঠা বনোৱা হৈছে বুলি অভিযোগ কৰিছে ব্যৱসায়ীজনে।

আনহাতে ৰাজ কুন্দ্ৰাৰ জামিনৰ ২৪ ঘন্টা সম্পূৰ্ণ নৌহতেই তেঁওৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই ক্ৰাইম ব্রাঞ্চে দাবী কৰা মতে ৰাজ কুন্দ্ৰাৰ ফালৰ পৰা এশতকৈও অধিক অশ্লীল ভিডিঅ’ পোৱা গৈছে। আৰু তেঁওলোকে জনোৱা মতে কুন্দ্ৰাই প্ৰায় ৯ কোটি টকাৰ বিনিময়ত সেই ভিডিঅ’ সমূহ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।

জানিবলৈ পোৱা মতে সুদীৰ্ঘ দুমাহৰ অন্তত জেলৰ পৰা ওলাই সংবাদ মাধ্যমৰ মুখা-মুখি হঁওতে কান্দোনত ভাগি পৰিছিল ব্যৱসায়ীজন।

Previous Post

আফগানিস্তানত আই পি এলৰ প্ৰদৰ্শন নিষিদ্ধঃ ষ্টেডিয়ামত মহিলাৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য আৰু মহিলা দৰ্শকৰ উপস্থিতিৰ বাবেই এনে সিদ্ধান্ত

Next Post

স্বৰ্ণ পদক জয়েৰে পুনৰ সংবাদ শীৰ্ষত শিৱ থাপা

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
স্বৰ্ণ পদক জয়েৰে পুনৰ সংবাদ শীৰ্ষত শিৱ থাপা

স্বৰ্ণ পদক জয়েৰে পুনৰ সংবাদ শীৰ্ষত শিৱ থাপা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7