VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খাদ্যৰ বিষক্ৰিয়াৰ ফলত ৰাজস্থানৰ ‘আপনা ঘৰ আশ্ৰম’ত ৩ জন নিহত, ১৫ জন চিকিৎসাধীন

আশ্ৰমখনৰ খাদ্য আৰু খোৱা পানীত হোৱা বিষক্ৰিয়াৰ ফলত এই শোকাবহ ঘটনা সংঘটিত হয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2022
in মুখ্য সংবাদ
খাদ্যৰ বিষক্ৰিয়াৰ ফলত ৰাজস্থানৰ ‘আপনা ঘৰ আশ্ৰম’ত  ৩ জন নিহত, ১৫ জন চিকিৎসাধীন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ কোটা জিলাৰ আপনা ঘৰ আশ্ৰমত বিষক্ৰিয়াৰ ফলত ইতিমধ্যে তিনিটা শিশুৰ মৃত্যু হৈছে। প্ৰাথমিক তথ্য অনুসৰি  আশ্ৰমখনত খাদ্য আৰু খোৱা পানীত  বিষক্ৰিয়া হোৱাৰ খবৰ পোৱা গৈছে।

ৰাজস্থানৰ কোটা জিলাৰ ‘আপনা ঘৰ’ আশ্ৰমত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷আশ্ৰমখনত  খাদ্য আৰু খোৱাপানীত হোৱা বিষক্ৰিয়াৰ  ফলত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ লগতে বহুতকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ‘আপনা ঘৰ’ আশ্ৰমত বিষক্ৰিয়াৰ ফলত ইতিমধ্যে  মৃত্যু হৈছে ৩টাকৈ  শিশুৰ।  তথ্য অনুসৰি, দূষিত খাদ্য আৰু খোৱা পানীত  বিষক্ৰিয়া হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা  গৈছে। ঘটনাটোৰ পিছত ভূক্তভোগীসকলক  এম্বুলেন্সেৰে এম.বি.এছ. চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত ৩ টি শিশুৰ মৃত্যু ঘটে। আনহাতে আশ্ৰমত উপস্থিত থকা ২৭০ জন লোকৰ ইতিমধ্যে নমুনা লোৱা হৈছে। বৰ্তমানলৈকে ১৫ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে আৰু তেওঁলোকক এম.বি.এছ. চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ পিছতে কোটা জিলাৰ জিলা উপায়ুক্ত ওমপ্ৰকাশ ৱিভাৰ আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ অনুসন্ধান কৰে। উপায়ুক্ত ওমপ্ৰকাশ ৱিভাৰে কয় যে  বোৰৱেলৰ পানী খোৱাৰ ফলত  এই বিষক্ৰিয়াৰ বিষয়টো সন্মুখলৈ আহিছে।

আনহাতে সংগ্ৰাহকৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যে আশ্ৰমৰ পৰা খাদ্য আৰু খোৱা পানীৰ নমুনা লোৱা হৈছে আৰু পৰীক্ষা কৰা হৈছে।জানিবপৰা মতে  ‘আপনা ঘৰ’নামৰ এই  আশ্ৰম মনোজ জৈনৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ।

উল্লেখযোগ্য যে ৰাজ্যখনৰ মন্ত্ৰী শান্তি ধাৰিৱালে ৩ শিশুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিষয়াসকলক সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

 

Previous Post

ৰাজ্যসভাৰ আসন, ৰাজ্যপালৰ পদৰ বিনিময়ত ১০০ কোটি সৰকোৱাৰ চেষ্টা, চিবি আইৰ জালত চাৰি অভিযুক্ত

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া
মুখ্য সংবাদ

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7