VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাৰাষ্ট্ৰৰ চলন্ত ৰে’লত আৰ পি এফ জোৱানৰ গুলীচালনা, আৰক্ষী বিষয়াকে ধৰি চাৰিজন নিহত, অভিযুক্তক গ্ৰেপ্তাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 31, 2023
in মুখ্য সংবাদ
মহাৰাষ্ট্ৰৰ চলন্ত ৰে’লত আৰ পি এফ জোৱানৰ গুলীচালনা, আৰক্ষী বিষয়াকে ধৰি চাৰিজন নিহত, অভিযুক্তক গ্ৰেপ্তাৰ
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিয়োজিত  ৰে’ল আৰক্ষীৰ জোৱানৰ গুলীচালনাত  চাৰিজন যাত্ৰীৰ মৃত্যু হয় ৷নিহত চাৰিজনৰ ভিতৰত ৰে’ল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু ৰে’লৰ পেণ্ট্ৰি গাড়ীৰ এজন কৰ্মচাৰীও আছে। ৰাজস্থানৰ জয়পুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যোৱা জয়পুৰ এক্সপ্ৰেছ (১২৯৫৬)ত সোমবাৰে সংঘটিত হয় এই ঘটনা।

 

ৰে’লৱেৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৫:২৩ বজাত ৰে’লখন পালঘৰ ষ্টেচনৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত হঠাতে আৰক্ষী জোৱানজনে নিজৰ অটোমেটিক আগ্নেয়াস্ত্ৰৰে নির্বিচাৰ  গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। আৰ পি এফৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম চেতন সিং।

 

পশ্চিম ৰে’লৱেৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত আৰক্ষী জোৱানজন জয়পুৰ এক্সপ্ৰেছৰ বি ৫ ডবাত যাত্ৰীৰ সুৰক্ষাৰ দায়িত্বত আছিল। চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত পালঘৰৰ কাষৰ দহিছাৰ ষ্টেচনত শিকলি টানি ৰেলৰ পৰা জপিয়াই পলায়নৰ  চেষ্টা কৰে। তাৰ আগতে অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ আগ্নেয়াস্ত্ৰও জব্দ কৰা হৈছে।

 

কিয় আৰ পি এফৰ জোৱানজনে এনে কাৰ্য সংঘটিত কৰিলে সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। প্ৰথম অৱস্থাত জানিব পৰা মতে, এজন ভুক্তভোগী আৰ পি এফৰ বিষয়াজনৰ চিনাকি, কিন্তু তেওঁৰ কাৰো লগত কোনো বিবাদ নাছিল। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ব্যক্তিজন মানসিকভাৱে সুস্থ নাছিল। কেইবাদিনো ধৰি তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ছুটী বিচাৰিছিল। ঘটনাৰ আগদিনা তেওঁ কৈছিল যে তেওঁৰ অধৈৰ্য্য অনুভৱ হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক জিৰণি ল’বলৈও পৰামৰ্শ দিয়া হৈছিল। পিছত তেওঁ ক’লে যে তেওঁ সম্পূৰ্ণ সুস্থ।

 

সেই ঘটনাৰ পিছত বৰিভালি ষ্টেচনত ৰেলখন ৰখাই দিয়া হয়। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় বাবাছাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীলৈ যায় জি আৰ পি আয়োগৰ ৰবীন্দ্ৰ শিশ্বৱে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

​

Previous Post

৩০ বছৰে লাভ কৰি আহিছে বিনামূলীয়া বিদ্যুৎ! হঠাৎ চৰকাৰৰ সিদ্ধান্ত সলনি হোৱাত প্ৰতিবাদৰ জোৱাৰ

Next Post

৪৬ ফুট দীঘল, ১৯ ফুট বহল, চাৰিটা চকাৰ বাবে চাৰিটা ইঞ্জিন! বিশাল ‘হামাৰ’ গাড়ী চলাই শ্বেখৰ বিলাসীতা।

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
৪৬ ফুট দীঘল, ১৯ ফুট বহল, চাৰিটা চকাৰ বাবে চাৰিটা ইঞ্জিন!  বিশাল ‘হামাৰ’ গাড়ী চলাই শ্বেখৰ বিলাসীতা।

৪৬ ফুট দীঘল, ১৯ ফুট বহল, চাৰিটা চকাৰ বাবে চাৰিটা ইঞ্জিন! বিশাল ‘হামাৰ’ গাড়ী চলাই শ্বেখৰ বিলাসীতা।

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7