VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাচিয়াৰ সকীয়নি- আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ ফলত ধ্বংস হ’ব পাৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 12, 2022
in মুখ্য সংবাদ
ৰাচিয়াৰ সকীয়নি- আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ ফলত ধ্বংস হ’ব পাৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা ৰাছিয়াৰ বিৰুদ্ধে কেইবাখনো দেশে আৰোপ কৰিছে বিভিন্ন নিষেধাজ্ঞা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই দেশসমূহকো আন এক সকীয়নি প্ৰদান কৰিছে ৰাছিয়াই ৷ পশ্চিমীয়া  দেশসমূহে  আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ  যিকোনো সময়তে ধ্বংস হ’ব পাৰে বুলি সকীয়াই দিছে ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ মুৰব্বীয়ে ৷ সেয়েহে তেওঁ শনিবাৰে সতৰ্ক কৰি দিয়াৰ লগতে শাস্তিমূলক ব্যৱস্থা সমূহ উঠাই ল’বলৈ আহ্বান জনায়।

দিমিত্রি ৰোগোজিনৰ মতে এই নিষেধাজ্ঞাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সেৱা আগবঢ়োৱা ৰাছিয়াৰ প্ৰযুক্তিসমূহৰ কাৰ্যকলাপ বিঘ্নিত কৰিব পাৰে। ফলস্বৰূপে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ কক্ষপথ সংশোধন কৰাত সহায় কৰা ষ্টেচনৰ ৰাছিয়ান খণ্ড প্ৰভাৱিত হ’ব পাৰে ৷ যাৰ ফলত ৫০০ টন ওজনৰ গাঁথনি সাগৰত বা ভূমিত খহি পৰিব পাৰে ৷

 

Previous Post

পুৱা ৬ বজাৰ পৰা ডিমৌৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে অভিভাৱকৰ শাৰী

Next Post

ৰাছিয়া সীমান্তত বাহৰ পাতিছে ১২হেজাৰ আমেৰিকান সেনাই, নাটোৰ প্ৰতিটো ইঞ্চি সুৰক্ষিত ৰক্ষাৰ হুংকাৰ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
ৰাছিয়া সীমান্তত বাহৰ পাতিছে  ১২হেজাৰ আমেৰিকান সেনাই, নাটোৰ প্ৰতিটো ইঞ্চি সুৰক্ষিত ৰক্ষাৰ হুংকাৰ

ৰাছিয়া সীমান্তত বাহৰ পাতিছে ১২হেজাৰ আমেৰিকান সেনাই, নাটোৰ প্ৰতিটো ইঞ্চি সুৰক্ষিত ৰক্ষাৰ হুংকাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7