VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশপ্ৰেমিক হোৱাৰ মূল্য ভৰিব লগীয়া হৈছে – শ্বাহৰুখ পুত্ৰক গ্ৰেপ্তাৰ কৰা বিষয়া সমীৰ ৱানখেৰেই কিয় ক’লে এই কথা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 16, 2023
in মুখ্য সংবাদ
দেশপ্ৰেমিক হোৱাৰ মূল্য ভৰিব লগীয়া হৈছে – শ্বাহৰুখ পুত্ৰক গ্ৰেপ্তাৰ কৰা বিষয়া সমীৰ ৱানখেৰেই কিয় ক’লে এই কথা
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

দুবছৰমান পূৰ্বে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰিছিল এনচিবিৰ বিষয়া সমীৰ ৱানখেৰেই। তাৰকা পুত্ৰৰ ড্ৰাগছৰ গোচৰৰ তদন্তৰ দায়িত্বত থকা বিষয়াই ২ বছৰ পূৰ্বে সংঘটিত ঘটনাৰ পৰিণাম ভুগিব লগা হৈছে। মুম্বাইৰ উপকূলৰ পৰা এখন বিলাসী জাহাজৰ পৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰে সমীৰে। এইবাৰ চিবিআইয়ে বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে।

 

শ্বাহৰুখৰ পুত্ৰ আৰিয়ানক ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ২২ দিন জেলত থাকিব লগা হৈছিল আৰিয়ান। ২০২২ চনৰ মে’ মাহত এনচিবিয়ে প্ৰমাণৰ অভাৱত আৰিয়ানৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰত্যাহাৰ কৰিছিল। অৱশ্যে এই ঘটনাত ভাৰপ্ৰাপ্ত বিষয়াই খান পৰিয়ালৰ পৰা বৃহৎ উৎকোচ দাবী কৰা বুলি চিবিআইয়ে অভিযোগ লাভ কৰিছে । সূত্ৰ অনুসৰি সমীৰে আৰিয়ানক মুক্ত কৰিবলৈ প্ৰায় ২৫ কোটি টকা বিচাৰিছিল। ভিজিলেন্স ৰিপৰ্টৰ ভিত্তিত তদন্তকাৰীয়ে প্ৰাথমিক তদন্তৰ অন্তত সমীৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰুজু কৰে ৷ চিবিআইৰ সূত্ৰ অনুসৰি সমীৰে ব্যক্তিগত সম্পদ বৃদ্ধিৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে চিবিআইয়ে গোচৰ ৰুজু কৰে।

 

কেৱল সেয়াই নহয়, শেহতীয়াকৈ চিবিআইয়ে সমীৰৰ ঘৰত তালাচী চলায়। এই অনুসন্ধান অভিযান প্ৰায় ১৩ ঘণ্টা ধৰি চলিছিল। ঘটনাৰ সময়ত সমীৰৰ পত্নী আৰু পুত্ৰ ঘৰত আছিল। তাৰ পিছত সমীৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, “এজন প্ৰকৃত দেশপ্ৰেমিক হোৱাৰ বাবে মই মূল্য ভৰিব লগীয়া হৈছে । কিন্তু এই পৰিস্থিতিৰ সৈতে সকলো সময়তে মোকাবিলা কৰিবলগীয়া হোৱা মোৰ সন্তান, বৃদ্ধ দেউতা আৰু শহুৰ ৷ মই মৃত্যুৰ আগলৈকে যুঁজিম। মোৰ গোটেই পৰিয়ালটো ভয়ৰ মাজেৰে জীয়াই আছে।“

Previous Post

১০১ ৰাণেৰে দলক জয়ৰ সোৱাদ শুভমন গিলৰ, আইপিএলৰ দ্বিতীয় সর্ব্বোচ্চ ৰাণ সংগ্ৰহকাৰীৰ স্থান লাভ

Next Post

হেলমেট পৰিধান নকৰাকৈয়ে বাইকেৰে শ্বুটিংস্থানলৈ গৈ বিপদত অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মা! ব্যৱস্থা ল’ব মুম্বাই আৰক্ষীয়ে ?

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
হেলমেট পৰিধান নকৰাকৈয়ে বাইকেৰে শ্বুটিংস্থানলৈ গৈ বিপদত অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মা! ব্যৱস্থা ল’ব মুম্বাই আৰক্ষীয়ে ?

হেলমেট পৰিধান নকৰাকৈয়ে বাইকেৰে শ্বুটিংস্থানলৈ গৈ বিপদত অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মা! ব্যৱস্থা ল’ব মুম্বাই আৰক্ষীয়ে ?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7