VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জেষ্ঠ নাগৰিক আৰু আমাৰ কৰ্তব্য

শিৱানী বৰা by শিৱানী বৰা
October 6, 2021
in মুখ্য সংবাদ, অভিমত, সমাজ
জেষ্ঠ নাগৰিক আৰু আমাৰ কৰ্তব্য
0
SHARES
116
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ চৰকাৰে জেষ্ঠ নাগৰিকৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৫৬৭ ট’ল ফ্ৰী নম্বৰত যোগাযোগ কৰি জেষ্ঠ নাগৰিকসকলে অভিযোগ দাখিল কৰাৰ লগতে আইনী উপদেশ, বৃদ্ধাশ্ৰম, সেৱা কেন্দ্ৰ আদিৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।

আমাৰ সমাজত বৃদ্ধসকল প্ৰায়েই উপেক্ষিত হৈ ৰয়। জীৱনৰ বিয়লি বেলাত তেওঁলোকে নতুন সময়ৰ সৈতে মিলি পৰিবলৈ এক অহৰহ সংগ্ৰামত লিপ্ত হৈ থাকে। তেনে দোদুল্যমান মানসিক অৱস্থাৰ সময় চোৱাত বহুলোক পৰিয়াল তথা অন্য লোকৰ  দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱা চকুত পৰে।

বৃদ্ধ ৰোগীয়া পিতৃ মাতৃক খৰচৰ বাঁহ বা বোজা বুলি গণ্য কৰা সন্তানৰ অবহেলা বা পৰিচৰ্য্যাৰ অভাৱত শাৰিৰীক মানসিক যন্ত্ৰণাৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি লোৱা দেখা যায়। বহুতো লোকে জীয়াতু ভুগি মৃত্যুলৈ অপেক্ষা কৰে। 

অসম চৰকাৰৰ প্ৰণাম আঁচনি এইক্ষেত্ৰত বৃদ্ধ পিতৃ মাতৃলৈ এক সাময়িক সকাহ। কিন্তু এয়া যথেষ্ঠ নহয়। আইনৰ আওতাত নহাকৈ বহুতো বৃদ্ধলোক প্ৰতিদিনে উপেক্ষিত বা নিৰ্যাতিত বা প্ৰৱঞ্চনাৰ বলি হৈ আহিছে। নতুনকৈ মুকলি কৰা ট’ল ফ্ৰী নম্বৰটোৱে অলপ হ’লেও সকাহ প্ৰদান কৰিব। 

বৃদ্ধ সকলৰ উপেক্ষিত নতুন ঘটনা নহয়। মানুহে সমাজ পাতি বসবাস কৰাৰ পূৰ্বৰে পৰা বৃদ্ধসকলে যন্ত্ৰণা ভোগ কৰি আহিছে। এতিয়াও কোনো কোনো জনজাতীয় সমাজত খাদ্যৰ সংকট কালত বৃদ্ধসকলৰ হত্যাৰ এক প্ৰথা এতিয়াও আছে। 

আনকি তামিলনাডুত তলাইকুট্টল নামেৰে বৃদ্ধ সকলক হত্যা কৰাৰ এক কুপ্ৰথা এতিয়াও প্ৰচলন হৈ আছে।

প্ৰধানতঃ সামাজিকীকৰণৰ জৰিয়তেহে বৃদ্ধ সকলৰ প্ৰতি ধাৰণা শুধৰণি হ’ব। সন্তান জন্মৰ পিছৰে পৰা পিতৃ মাতৃয়ে বৃদ্ধসকলক কেনেদৰে আদৰ সন্মান জনাব লাগে সেই সুস্থ পৰিৱেশ ঘৰৰ পৰাই প্ৰদান কৰিব লাগিব। সুস্থ মানসিক পৰিৱেশত ডাঙৰ হোৱা শিশুৱে নিজৰ কৰ্তব্যৰ পূৰণত পিছ হুঁহকি আহিবলৈ নিশ্চয় কুণ্ঠাবোধ নকৰিব। এই ক্ষেত্ৰত পিতৃ মাতৃ নিজেই সজাগ হোৱা উচিত। পিতৃ মাতৃৰ আচৰণে সন্তানৰ চৰিত্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বৃদ্ধ লোকসকলৰ প্ৰতি চৰকাৰৰ শেহতীয়া পদক্ষেপে জনসচেতনতা আগবঢ়াই সুৰক্ষা প্ৰদানত সহায়ক হ’ব।

 

Previous Post

এনচিবিৰ জিম্মাত ৰেষ্টুৰেণ্টৰ খাদ্য যোগান ধৰা হৈছে কিং খানৰ পুত্ৰ আৰিয়ানক

Next Post

মূল্যবৃদ্ধি আৰু জনসাধাৰণ

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
মূল্যবৃদ্ধি আৰু জনসাধাৰণ

মূল্যবৃদ্ধি আৰু জনসাধাৰণ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7