VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আজিৰে পৰা আৰম্ভ হৈছে ৰামায়ণ যাত্ৰা ট্ৰেইন। অযোধ্যাৰ পৰা ৰামেশ্বৰলৈকে ৰামায়ণৰ সৈতে জড়িত প্ৰতিখন তীৰ্থস্থান দৰ্শনৰ সুযোগ প্ৰদান কৰিব। কি কি সুবিধা আছে এই ট্ৰেইনখনত চাওঁ আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 8, 2021
in মুখ্য সংবাদ
আজিৰে পৰা আৰম্ভ হৈছে ৰামায়ণ যাত্ৰা ট্ৰেইন। অযোধ্যাৰ পৰা ৰামেশ্বৰলৈকে ৰামায়ণৰ সৈতে জড়িত প্ৰতিখন তীৰ্থস্থান দৰ্শনৰ সুযোগ প্ৰদান কৰিব। কি কি সুবিধা আছে এই ট্ৰেইনখনত চাওঁ আহক
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ভাৰতীয় ৰেল বিভাগৰ পৰ্য্যটন শাখাৰ তৰফৰ পৰা শ্ৰী ৰামায়ণ যাত্ৰাৰ বিশেষ ট্ৰেইনখনৰ চলাচল আৰম্ভ হৈছে। দিল্লীৰ চফদৰজাংগ ষ্টেছনৰ পৰা ভগৱান শ্ৰীৰামৰ সৈতে জড়িত প্ৰতিখন তীৰ্থস্থানকে সামৰি ল’ব। 

সৰ্বমুঠ ১৭ দিনীয়া ভ্ৰমণ যাত্ৰাৰ প্ৰথম ষ্টেছন হ’ব ৰাম জন্মভূমি অযোধ্যা। সীতামৰ্হি, নাছিক বাৰণসী, হাম্পি, ৰামেশ্বৰমলৈকে সকলো ঠাই সামৰি ল’ব। 

ভাৰত চৰকাৰৰ দেখৌ অপনা দেশ নামৰ অভিযানৰ অধীনত আৰম্ভ হোৱা ১৭ দিনীয়া পৰ্যটন শাখাৰ ট্ৰেইনখনৰ দ্বাৰা দৰ্শনাৰ্থীৰ সুবিধা হ’ব। আটকধুনীয়া আধুনিক ট্ৰেইনখনত অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰ লগতে দুটাকৈ ডবাক ডাইনিং হ’ল হিচাপে ব্যৱহাৰ কৰা হৈছে। ব্যক্তিগত ল’কাৰৰো বিশেষ সুবিধা আছে। 

১৩২ জন যাত্ৰী কঢ়িয়াই নিব পৰা ট্ৰেইনখন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাতানুকুলীন দবাৰ ব্যৱস্থা আছে। দ্বিতীয় বাতানুকুলীন দবাৰ এজন ব্যক্তিৰ সম্পূৰ্ণ পেকেজৰ মূল্য হৈছে ৮৩,০০০ টকা। আনহাতে প্ৰথম শ্ৰেণীৰ বাতানুকুলীন দবাৰ এজন ব্যক্তিৰ ভাড়া হৈছে ১.০২ লাখ টকা। এই পেকৃজত ট্ৰেইনৰ ভাড়াৰ উপৰিও খাদ্য সামগ্ৰী, হোটেলৰ ভাড়া, হোটেলৰ খাদ্যৰ মূল্য, গাড়ীৰ ভাড়া, তীৰ্থ ভ্ৰমণৰ যাৱতীয় খৰচ আদি সকলো সামৰি ল’ব। 

সৰ্ব সাধাৰণ লোকৰ বাবে এই মূল্য অধিক হ’লেও তীৰ্থ ভ্ৰমণৰ লগতে আটক ধুনীয়া ৰাজকীয় ট্ৰেইনখনত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

Previous Post

ডব্লিউ টি টি কণ্টেণ্ডাৰ প্ৰতিযোগিতাত ভাৰতৰ মণিকা বাট্ৰাৰ ব্ৰঞ্জৰ পদক লাভ

Next Post

ট্ৰেফিক আৰক্ষীক প্ৰহাৰ কৰি জেললৈ ছয় উদণ্ড যুৱক

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post

ট্ৰেফিক আৰক্ষীক প্ৰহাৰ কৰি জেললৈ ছয় উদণ্ড যুৱক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7