VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাণীৰ দৰে ৰাখিব ভনীয়েকক , চাৰিজন ভাতৃয়ে দিলে ৮ কোটি টকাৰ যৌতুক, ৪ কোটিৰ মাটি –এক কিলো সোণ আৰু কি কি দিলে কইনাক ?

voicedesk by voicedesk
March 28, 2023
in মুখ্য সংবাদ
ৰাণীৰ দৰে ৰাখিব ভনীয়েকক , চাৰিজন ভাতৃয়ে দিলে ৮ কোটি টকাৰ যৌতুক, ৪ কোটিৰ মাটি –এক কিলো সোণ আৰু কি কি দিলে কইনাক ?
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় আইন অনুসৰি জুৱা খেলি ধৰা পৰিলে ৭ বছৰৰ কাৰাদণ্ড। কিন্তু আইন থাকিলেও ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে  জুৱাৰ প্ৰচলন। শেহতীয়াকৈ ৰাজস্থানৰ চাৰিজন ভাতৃৰ খ্যাতি চৌদিশে বিয়পি পৰিছে ৷ ভনীয়েকৰ বিয়াৰ বাবে জোঁৱায়েকক দিলে  ৮ কোটি ৩১ লাখ টকা । ৰাজস্থানৰ নগৌৰ জিলাৰ ডিংছাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

 

যৌতুক হিচাপে ‘মইৰা’ৰ প্ৰথা নগৌৰ জিলাত নতুন নহয়। কিন্তু, এই চাৰিজন ভাতৃয়ে যি পৰিমাণৰ যৌতুক দিছিল, সেই গাঁৱৰ আন কোনেও আগতে ইমান বৃহৎ পৰিমাণৰ যৌতুক দিয়া নাছিল। অৰ্জুন ৰাম মেহৰিয়া, ভগীৰথ মেহৰিয়া, উমেদ জি মেহৰিয়া আৰু প্ৰহ্লাদ মেহৰিয়া নামৰ চাৰিজন ভাতৃয়ে তেওঁলোকৰ ভগ্নী ভানৱৰী দেৱীৰ বিয়াৰ বাবে জোঁৱাইক কোটি কোটি প্ৰদান কৰে ৷

 

কেৱল টকাই নহয় চাৰিজন ভাতৃয়ে জোঁৱাইক মাটি, গহনাও যৌতুকত প্ৰদান কৰে ৷ । যৌতুকত ২ কোটি ২১ লাখ নগদ ধনৰ লগতে ৪ কোটি মূল্যৰ ১০০ বিঘা মাটি, ৭১ লাখ টকাৰ ১ কিলোগ্ৰাম সোণ আৰু ১০ লাখ টকাৰ ১৪ কিলোগ্ৰাম ৰূপ আৰু ৭ লাখ টকাৰ এখন ট্ৰেক্টৰ দিয়া হয় ৷ এই বিবাহত ৮০০ টকাকৈ গাঁৱৰ মানুহৰ মাজত বিতৰণ কৰা হয়। কেৱল সেয়াই নহয়, ভাতৃদ্বয়ে ভনীয়েকৰ বিয়াত এখন স্কুটি আৰু এখন গাড়ীও উপহাৰ দিছিল। সেই সকলোবোৰ যৌতুক ডিংছাৰা গাঁৱৰ পৰা ৰাইধনু গাঁৱলৈ ১০০ৰো অধিক ম’হগাড়ী আৰু উটত পঠিওৱা হৈছিল। এই বিয়াখন চাবলৈ আশে-পাশে থকা গাঁৱৰ মানুহে ভিৰ কৰিছিল ডিংছাৰা গাঁৱত।

Previous Post

আৰ্জেণ্টিনাৰ বিশ্বকাপ জয়ৰ ১০০ দিন! মেছিয়ে পোষ্ট কৰিলে বিশেষ ফটো

Next Post

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7