VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 5, 2021
in মুখ্য সংবাদ, ৰাজনীতি
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

কালি অনুষ্ঠিত হোৱা সাপ্তাহিক কেবিনেটত ৰাজ্য চৰকাৰে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। গাওঁসমূহৰ মাটিৰ পট্টা তিনি বছৰৰ ভিতৰত প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এই সকলো সেৱা বসুন্ধৰা পৰ্টেলৰ জৰিয়তে উপলব্ধ হ’ব।

কামৰূপ গ্ৰাম্য আৰু নগৰ জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ অনুমোদন গ্ৰহণ নকৰাকৈয়ে এতিয়াৰে পৰা সংৰক্ষিত বেল্ট বা অঞ্চলত ভূমিৰ মালিকীস্বত্ব সালসলনি বা অন্য ভূমি সংক্ৰান্তীয় কথাত অনুমতি প্ৰদান কৰিব পাৰিব। 

ৰাজ্যৰ সকলো পুৰোহিত আৰু নামঘৰীয়ালৈ ৰাজ্য চৰকাৰে ১৫০০০ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰবজনকাৰী শ্ৰমিকক ড্ৰাই ৰেছন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলা প্ৰশাসনক এই দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়। 

ইয়াৰ উপৰিও চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমত আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমত ১৮ খন আসন আৰু বি ডি এছ পাঠ্যক্ৰমত ২ খনকৈ আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়।

আনহাতে বৰাক উপত্যকাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমত ৬ খনকৈ আসন আৰু বি ডি এছ পাঠ্যক্ৰমত ১ খনকৈ আসন সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

 

Previous Post

গুৱাহাটীৰ পৰা দিল্লীলৈ শীঘ্ৰেই আৰম্ভ হ’ব বৈদ্যুতিক ৰাজধানী এক্সপ্ৰেছ আৰু তেজস ৰাজধানী এক্সপ্ৰেছ

Next Post

ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন নতুন দলঙৰ পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন নতুন দলঙৰ পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7