VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাধাৰণ নির্বাচনৰ প্ৰাকক্ষণত ছ্যু কিৰ দল ভংগ ঘোষণা জুন্টা চৰকাৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 30, 2023
in মুখ্য সংবাদ
সাধাৰণ নির্বাচনৰ প্ৰাকক্ষণত ছ্যু কিৰ দল ভংগ ঘোষণা  জুন্টা চৰকাৰৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰত ক্ষমতাৰ দখল আৰু অধিক শক্তিশালী কৰাৰ বাবে সামৰিক জুন্টা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । নিৰ্বাচনৰ নিয়ম নমনাৰ  বাবে দেশৰ ৪০টা ৰাজনৈতিক দল ভংগ কৰিলে সামৰিক চৰকাৰে। ইয়াৰ ভিতৰত আছে নোবেল বঁটা বিজয়ী ৰাজনীতিবিদ আং ছান ছু কিৰ দল ‘দ্য নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি’ (এন এল ডি)।

 

 

সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহক পঞ্জীয়ন কৰিবলৈ দুমাহৰ সময়সীমা দিয়া বুলি মঙলবাৰে ৰাজ্যিক সংবাদ মাধ্যমত প্ৰশাসনে প্ৰকাশ কৰে। ৬৩টা ৰাজনৈতিক দলে নিজে পঞ্জীয়ন কৰিছে। পঞ্জীয়ন নোহোৱা বাকী ৪০টা দলক অস্তিত্বহীন বুলি গণ্য কৰা হ’ব। এই ৪০টা দলৰ তালিকা দাখিল কৰিছে জন্টা চৰকাৰে। এন এল ডিৰ উপৰিও ইয়াত এন ইউ জিৰ দৰে গুৰুত্বপূৰ্ণ বিৰোধী দলৰ নামো সন্নিবিষ্ট কৰা হৈছে।

 

২০১৫ আৰু ২০২০ চনত সামৰিক চৰকাৰৰ সমৰ্থিত ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টি (ইউ এছ ডি পি)ক দুয়োবাৰেই পৰাস্ত কৰি ম্যানমাৰত এন এল ডি ক্ষমতালৈ আহে। কিন্তু নিৰ্বাচনী ৰিগিঙৰ অভিযোগত জুন্টাই সামৰিক অভ্যুত্থান ঘটায়। এন এল ডিক উৎখাত কৰা হয় আৰু ইয়াৰ নেতা ছু কিক আৰ্থিক দুৰ্নীতিকে ধৰি একাধিক অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷ এইগৰাকী ৭৭ বছৰীয়া অতি জনপ্ৰিয় নোবেল বঁটা বিজয়ী নেতাক ৩৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। দেশতো বিদ্ৰোহৰ সূত্ৰপাত ঘটে। বিৰোধী দল আৰু দেশৰ জনসাধাৰণৰ এটা অংশই সামৰিক চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। জন্টা চৰকাৰে কঠোৰ হাতেৰে পৰিস্থিতি দমন কৰিবলৈ আৰম্ভ কৰিলে। আনকি, সংখ্যালঘু সম্প্ৰদায়ৰ সদস্য, বিৰোধী দলৰ বিৰুদ্ধে অত্যাচাৰ, হত্যাকাণ্ডৰ অভিযোগো উত্থাপন হৈছিল।

 

সামৰিক চৰকাৰ আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে জানুৱাৰী মাহত সাধাৰণ নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল। আগষ্ট মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়। অৱশ্যে সেই পথ মুকলি কৰিবলৈ তেওঁলোকে কেইবাটাও কঠোৰ নিৰ্বাচনী নিয়ম প্ৰৱৰ্তন কৰে। তাৰে এটা  চৰ্ত আছিল দলৰ নাম পঞ্জীয়ন। মানি নচলা ৪০টা গোট ভংগ কৰা হৈছে।

Previous Post

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

Next Post

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7