VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰমজানত বজাইছিল সংগীত, মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেচনেই বন্ধ কৰি দিলে তালিবানে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 3, 2023
in মুখ্য সংবাদ
ৰমজানত বজাইছিল সংগীত, মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেচনেই  বন্ধ কৰি দিলে তালিবানে ?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

তালিবানে আফগানিস্তানৰ শাসন ব্যৱস্থা চম্ভালিবলৈ আৰম্ভ কৰাৰ পাছতে কেতবোৰ ব্যৱস্থা সালসলনি কৰা হৈছে ৷ বিশেষকৈ ছোৱালীৰ উচ্চ শিক্ষা, ক্ৰীড়া, কৰ্মসংস্থাপন, বহু অধিকাৰ নোহোৱা হৈ গৈছে। আফগান মহিলাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ মহিলা পৰিচালিত ৰেডিঅ’ ষ্টেচন এটা কেনেবাকৈ চলি আছিল। এইবাৰ তালিবানে সেইটো বন্ধ কৰি দিয়ে। ‘অপৰাধ’ – শীর্ষক এটা গান ৰমজান মাহত সেই ৰেডিঅ’ ষ্টেচনত বজোৱা হৈছিল । যদিও কৰ্মীসকলে দাবী কৰে যে “সকলো ষড়যন্ত্ৰ”।

 

সদৈ বনৱান — দাৰী ভাষাত এই শব্দৰ অৰ্থ, নাৰীৰ কণ্ঠ। আফগানিস্তানৰ ই আছিল একমাত্ৰ মহিলা পৰিচালিত ৰেডিঅ’ ষ্টেচন। তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছিল দহ বছৰ আগতে। ৮ জন কর্মচাৰীয়ে কাম কৰিছিল। ইয়াৰে ৬ গৰাকী মহিলা। বদাখছান প্ৰদেশৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক ম’জুদ্দিন আহমদীয়ে কয় যে ৰেডিঅ’ ষ্টেচনে ৰমজানত বহুবাৰ সংগীত সম্প্ৰচাৰ কৰি আইন ভংগ কৰিছিল। ভৱিষ্যতে আইন মানি চলাৰ প্ৰতিশ্ৰুতি দিলে পুনৰ কাম কৰিবলৈ দিয়া হ’ব। অৱশ্যে ৰেডিঅ’ ষ্টেচনৰ মুৰব্বী নাজিয়া ছ’ৰোছে কয় যে আমি কোনো সংগীত বজোৱা নাছিলো।

 

ইফালে এটা স্বেচ্ছাসেৱী সংগঠনে দাবী কৰে যে তিনিজন ব্ৰিটিছ নাগৰিকক তালিবানে আটক কৰি ৰাখিছে। ইয়াৰ ভিতৰত আছে কেভিন কৰ্ণৱেল নামৰ এজন স্বেচ্ছাসেৱী চিকিৎসক। আন এজন ইউটিউব তাৰকা হৈছে মাইলছ ৰাউলছ। তৃতীয়জন হ’ল হোটেলৰ মেনেজাৰ। তেওঁৰ নাম জানিব পৰা হোৱা নাই।

Previous Post

পুটিনৰ বিৰুদ্ধে মাত মাতিলেই জেল অথবা নির্বাসন , একছত্ৰী সম্ৰাটত পৰিণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি

Next Post

বিৰাট ছন্দত খেলি প্ৰথম মেচত নতুন অভিলেখ কোহলীৰ, ৱার্ণাৰৰ কি অভিলেখ স্পৰ্শ কৰিলে কিং কোহলীয়ে?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
বিৰাট ছন্দত খেলি প্ৰথম মেচত নতুন অভিলেখ  কোহলীৰ, ৱার্ণাৰৰ কি অভিলেখ স্পৰ্শ কৰিলে কিং কোহলীয়ে?

বিৰাট ছন্দত খেলি প্ৰথম মেচত নতুন অভিলেখ কোহলীৰ, ৱার্ণাৰৰ কি অভিলেখ স্পৰ্শ কৰিলে কিং কোহলীয়ে?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7