VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধঁপাত বিক্ৰী কৰিলেই ৮০ লাখ টকা জৰিমনাঃ ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in মুখ্য সংবাদ
ধঁপাত বিক্ৰী কৰিলেই  ৮০ লাখ টকা জৰিমনাঃ  ধূমপান প্ৰতিৰোধৰ বাবে এই কঠোৰ আইন কোন দেশত বলবৎ হ’ব ?
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

 

বিভিন্ন দুৰাৰোগ্য ৰোগৰ কাৰণ হৈছে ধুম্ৰপান ৷ যাৰ বাবে বহু দেশত নিষিদ্ধ কৰা হৈছে ধঁপাতজাতীয় সামগ্ৰী ৷ এইবাৰ ধপাঁতজাতীয় সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে নিউজীলেণ্ডে ৷ ২০০৯ চনৰ ১ জানুৱাৰীৰ পিছত জন্ম হোৱা কোনো ব্যক্তিয়ে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে। নিউজিলেণ্ড চৰকাৰে দেশখন ধঁপাতমুক্ত কৰিবলৈ  কঠোৰ আইন বলবৎ কৰিছে ৷ সেই দেশৰ সংসদে মঙলবাৰে বিধেয়কখন গৃহীত কৰে। আইন উলংঘা কৰি ধৰা পৰিলে ৯৫হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক জৰিমনা বিহা হ’ব ৷  ভাৰতীয় মুদ্ৰাত  এই পৰিমান হৈছে প্ৰায় আশী লাখ টকা ৷

নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰী আয়েছা ভেৰালে মঙলবাৰে সংসদত উত্থাপন কৰে এই বিধেয়কখন। বাওঁপন্থী লেবাৰ পাৰ্টি, গ্ৰীণ পাৰ্টি আৰু টে পট্টি মাওৰীয়ে এই বিধেয়কখনক সমৰ্থন কৰে। স্বাস্থ্যমন্ত্ৰী আয়েশাই কয় যে তেওঁলোকে ভৱিষ্যতে এখন ধূমপানমুক্ত দেশ গঢ়িব বিচাৰে। তেওঁ আশা কৰিছে যে এই নতুন আইনখনে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী ৯০ শতাংশ হ্ৰাস কৰিব। বৰ্তমান নিউজিলেণ্ডৰ প্ৰায় ৬ হাজাৰ কোম্পানী ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ সৈতে জড়িত। মন্ত্ৰীগৰাকীৰ মতে, নতুন আইনখন গৃহীত হোৱাৰ পিছত সেই সংখ্যা ৬০০ হ’ব।

মন্ত্ৰীগৰাকীৰ মতে, ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ ফলত কেন্সাৰ, হৃদৰোগ , অংগ ক্ষয় আদি সমস্যাৰ সৃষ্টি হয়।  তেওঁলোকৰ চিকিৎসাৰ বাবে ২৬,৪০০ কোটি টকা খৰচ হয় ৷এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত মানুহে বেছি দিন জীয়াই থাকিব, সুস্থ জীৱন যাপন কৰিব আৰু এই খৰচ বহু পৰিমাণে কমি যাব বুলি আশা কৰিছে মন্ত্ৰী গৰাকীয়ে । চৰকাৰী হিচাপ অনুসৰি নিউজিলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮ শতাংশই বৰ্তমান ধূমপান কৰে। স্বাস্থ্যমন্ত্ৰীয়ে আশা কৰিছে যে ২০২৫ চনৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ ধূমপানমুক্ত দেশ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব। কিন্তু বিধেয়কখন গৃহীত হ’লেও সংখ্যালঘু সোঁপন্থী বিৰোধী দল এচিটিয়ে এই আইনখনৰ বিৰোধিতা কৰিছিল। ধঁপাত ব্যৱসায়ীৰ ক্ষতি হ’ব বুলি  তেওঁলোকে দাবী কৰে।

 

Previous Post

আপুনি বাৰু জানেনে যে পেলেছ দুৰ্গ হৈছে ৰোমানিয়াৰ প্ৰথমটো অট্টালিকা যাৰ ভেটি কংক্ৰিটৰ?

Next Post

কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা

কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7