VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৮ জানুৱাৰীৰ পৰা আউনীআটী সত্ৰত ‘অসম ভাওনা সমাৰোহ’, ৮ হাজাৰ আয়তীয়ে পৰিৱেশন কৰিব নাম

voicedesk by voicedesk
December 16, 2023
in মুখ্য সংবাদ
১৮ জানুৱাৰীৰ পৰা আউনীআটী সত্ৰত ‘অসম ভাওনা সমাৰোহ’, ৮ হাজাৰ আয়তীয়ে পৰিৱেশন কৰিব নাম
0
SHARES
366
VIEWS
Share on FacebookShare on Twitter

অহা  ১৮ জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব  ‘অসম ভাওনা সমাৰোহ’ ৷১৩ দিনীয়া কাৰ্যসূচীৰে আউনীআটী সত্ৰৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হ’ব ৷  অসম ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি তথা আউনীআটী সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে মনিকাঞ্চন ৰংগক্ষেত্ৰত আনুষ্ঠানিকভাৱে মাংগলিক ধ্বনিৰ মাজেৰে লাইখুঁটা স্থাপন কৰে।

 

 

কাৰ্যসূচী অনুসৰি সমাৰোহৰ প্ৰথমদিনা অৰ্থাৎ ১৮ জানুৱাৰীত ক্ৰমে প্ৰভাতী কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, মণিকূটৰ দ্বাৰ উন্মোচন, ভোজনালয় দ্বাৰ উদঘাটন, প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনৰ পিছতেই পুৱা ১১ বজাত অসম ভাওনা সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি অসম মন্ত্ৰী সভাৰ ভালেকেইগৰাকী মন্ত্ৰী, সাংসদ তথা বিধায়ক, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা।

 

 

ইফালে ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত প্ৰায় ৮ হাজাৰ আইৰ দ্বাৰা পৰিৱেশন হ’ব দিহানাম ৷ পূৰ্বৰ দৰেই এইবাৰো দুটা ভাগত বিভক্ত কৰি ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৪ বছৰৰ পৰা ১৫ বছৰৰ বয়সৰ লোকক ভাওনা চন্দ্ৰ আৰু ১৬ বছৰৰ পৰা ৮০ বছৰ বয়সৰ লোকক ভাওনা সূৰ্য স্বৰ্ণ পদক দিয়াৰ কথা ঘোষণা কৰে।

 

 

আনহাতে, সভাতে সমাৰোহৰ সৰ্বোচ্চ সন্মান ভাওনা ৰত্ন, শংকৰদেৱ গৱেষণা বঁটা আৰু ভাওনা মহিয়ান বঁটা প্ৰদানৰ সন্দৰ্ভতো আলোচনা হয়। সভাৰ সিদ্ধান্ত অনুসৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা বৰ্তমানৰ আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট বুৰঞ্জীবিদ ড° ডম্বৰুধৰ নাথক শংকৰদেৱ গৱেষণা বঁটা, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত, মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰা বুঢ়াভকতক এইবৰ্ষৰ ভাওনা ৰত্ন বঁটা প্ৰদান কৰাৰ কথা সভাতে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ঘোষণা কৰে।

 

Previous Post

কাজিৰঙাত তীব্ৰ বেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য টুপিমুৰীয়া বান্দৰৰ মৃত্যু, বিকল কেমেৰা

Next Post

এছচিইআৰটিৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এছচিইআৰটিৰ  ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

এছচিইআৰটিৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ জামিন নাকচ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7