VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?

voicedesk by voicedesk
April 18, 2023
in মুখ্য সংবাদ
চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত মানুহৰ গড় আয়ুস কমি আহিছে! সেই দেশৰ এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে ৷ বাংলাদেশ পৰিসংখ্যা ব্যুৰো (BBS)ৰ প্ৰতিবেদন অনুসৰি বৰ্তমান দেশৰ  নাগৰিকসকলৰ গড় আয়ুস ৭২.৩ বছৰ। যিটো যোৱা সমীক্ষা অনুসৰি ৭২.৮ বছৰ আছিল। অৰ্থাৎ নাগৰিক সকলৰ গড় আয়ুস প্ৰায় ০.৫ বছৰলৈ হ্ৰাস পাইছে। এই সমীক্ষাত বাংলাদেশৰ মানুহৰ গড় আয়ুস প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে।

বিবিএছৰ প্ৰতিবেদন অনুসৰি সেই দেশত পুৰুষৰ গড় আয়ুস বৰ্তমান ৭০.৬ বছৰ। মহিলাৰ গড় আয়ুস ৭৪.১ বছৰ।বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ এক প্ৰতিবেদন অনুসৰি এই সমীক্ষাত প্ৰকাশ পাইছে যে ২০২১ চনলৈকে দেশৰ জনসংখ্যা আছিল  ১৬ কোটি ২৭ লাখ। এই সংখ্যাৰ ভিতৰত পুৰুষ ৮ কোটি ১৪ লাখ আৰু মহিলা ৮ কোটি ১৩ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি বছৰে প্ৰায় ১.৩৭ শতাংশ।

 

২০২১ চনৰ এই সমীক্ষাৰ ফলাফল সোমবাৰে ঢাকাৰ পৰিসংখ্যা ভৱনত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাংলাদেশৰ পৰিকল্পনা মন্ত্ৰী এম এ মান্নান। পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা বিভাগৰ সম্পাদক শ্বাহনাজ আৰেফিন আৰু বিবিএছৰ সঞ্চালক মাটিয়াৰ ৰহমান উপস্থিত থাকে। কিন্তু চৰকাৰে জনাইছে যে গড় আয়ুস বিশেষ চিন্তাৰ বিষয় নহয়। চিকিৎসকসকলেও ভাবে যে ক’ভিডৰ বাবে গড় আয়ুস কমি যাব পাৰে।

Previous Post

বৃহস্পতিবাৰে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ,আকাশত দেখা যাব সোণালী আঙঠি! ক’ত, কেতিয়া, কেনেকৈ দেখা পাব বিশ্বব্ৰহ্মাণ্ডৰ বিৰল দৃশ্য?

Next Post

তীব্ৰ গৰমত ছালৰ জ্বলন হৈছে নেকি ? গৰমৰ দিনত ৭টা প্ৰতিকাৰেৰে লওঁক ছালৰ যতন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
তীব্ৰ গৰমত ছালৰ জ্বলন হৈছে নেকি ? গৰমৰ দিনত ৭টা প্ৰতিকাৰেৰে লওঁক ছালৰ যতন

তীব্ৰ গৰমত ছালৰ জ্বলন হৈছে নেকি ? গৰমৰ দিনত ৭টা প্ৰতিকাৰেৰে লওঁক ছালৰ যতন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7