VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৃহস্পতিবাৰে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ,আকাশত দেখা যাব সোণালী আঙঠি! ক’ত, কেতিয়া, কেনেকৈ দেখা পাব বিশ্বব্ৰহ্মাণ্ডৰ বিৰল দৃশ্য?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 18, 2023
in বিজ্ঞান
বৃহস্পতিবাৰে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ,আকাশত দেখা যাব সোণালী আঙঠি! ক’ত, কেতিয়া, কেনেকৈ দেখা পাব বিশ্বব্ৰহ্মাণ্ডৰ বিৰল দৃশ্য?
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

সূৰ্যগ্ৰহণৰ সময়ত আকাশত দেখা যাব সোণালী আঙঠি! অহা২০ এপ্ৰিল বৃহস্পতিবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত পৃথিৱীয়ে এক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’ব বুলি নাছাই প্ৰকাশ কৰিছে।

 

সেই বিৰল সূৰ্যগ্ৰহণক ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ বুলি কোৱা হয়। ইয়াৰ বিশেষত্ব হ’ল ইয়াত চন্দ্ৰৰ ছাঁ সূৰ্য্যৰ আকৃতিতকৈ সৰু। ফলত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে লুকুৱাব নোৱাৰে। সূৰ্য্যৰ সোণালী বৃত্তটোৱে চন্দ্ৰৰ ছাঁক  চৌদিশৰ পৰা  আৱৰি থকা দেখা যায়।  সূৰ্য্যটো অলপ সোণালী আঙঠিৰ দৰে দেখা যাব। জ্যোতিৰ্বিজ্ঞানীসকলে এই দৃশ্য বিৰল মহাজাগতিক দৃশ্য বুলি কৈছে।

 

ইয়াৰ পূৰ্বে ২০১৩ চনত এনে গ্ৰহণ হোৱা দেখা গৈছিল। কিন্তু সাধাৰণতে দুটা ‘হাইব্ৰিড’ গ্ৰহণৰ মাজত ১০০ বছৰৰ ব্যৱধান থাকে বুলি জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। সেয়ে এই বিৰল ঘটনাৰ সাক্ষী হ’বলৈ বিভিন্ন মহলত উৎসাহৰ সৃষ্টি হৈছে। নাছাই অৱশ্যে কয় যে হাইব্ৰিড সূৰ্যগ্ৰহণ মাত্ৰ এখন চহৰৰ পৰাই দেখা যাব। অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলৰ এক্সমাউথৰ পৰা এই পৰিঘটনা দেখা যাব। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইষ্ট ইণ্ডিজ, ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰ আন কেইবাটাও অঞ্চলত আংশিক সূৰ্যগ্ৰহণ দেখা যাব। যদিও ভাৰতীয় আকাশত এই সূৰ্যগ্ৰহণ দেখা নাযাব ৷ ভাৰতীয়সকলে হাইব্ৰিড সূৰ্যগ্ৰহণ লাইভত চাব পাৰিব। অহা ২০ এপ্ৰিলৰ পুৱা ৩:৩৪ বজাৰ পৰা  ৬:৩২ বজালৈ সূৰ্যগ্ৰহণ দেখা যাব।

 

নাছাৰ তথ্য অনুসৰি ২০২৩ চনৰ এয়া প্ৰথম সূৰ্যগ্ৰহণ। চলিত বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণ হ’ব ১৪ অক্টোবৰত।

 

Previous Post

দেশৰ বাবে পাঁচটা সোণ জয়! সন্তানৰ কৃতিত গৌৰৱান্বিত ‘থ্ৰী ইডিয়টছ’ৰ ফাৰহান খ্যাত মাধৱন

Next Post

চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
Next Post
চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?

চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7