VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

5 সমষ্টিত আজি ভাগ্য নিৰ্ণয় হব 31 প্ৰাৰ্থীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ, ৰাজনীতি
5 সমষ্টিত আজি ভাগ্য নিৰ্ণয় হব 31 প্ৰাৰ্থীৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি ৫টা বিধানসভা সমষ্টিত অসম বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছে। নিৰ্বাচনত ৩১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । মুঠ ৭, ৯৬,৪৫৬ লাখ ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টি হৈছে মৰিয়নি, থাওৰা, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাইগাঁও।এই সমষ্টিসমূহৰ ভোটগণনা অহা ২ নৱেম্বৰত হ’ব।

উল্লেখযোগ্য যে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই কংগ্ৰেছ ত্যাগ কৰে আৰু বিজেপিত যোগদান কৰে। যাৰ বাবে এই সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। বৰগোহাঁইয়ে কংগ্ৰেছৰ হৈ দুবাৰ (২০১১ আৰু ২০২১) থাওৰাত জয়লাভ কৰিছিল। সেইদৰে ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক্ৰমে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। তদুপৰি তেওঁলোকে বিধায়ক পদ ত্যাগ কৰে। যাৰ বাবে দুয়োটা সমষ্টিতে উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। আনহাতে, তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বিধায়ক দুগৰাকীৰ বিয়োগ ঘটে।

আজি পুৱাৰে পৰা সমষ্টিকেইটাত ভোটদানৰ বাবে সাধাৰণ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। কভিড বিধি মানি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। সামাজিক দূৰত্ব মানি শাৰী পাতি ভোটাৰসকলে ভোটদান কৰিছে। ইতিমধ্যে আজিৰ দিনটো এই পাঁচটা সমষ্টিতে বেতনসহ স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকল উপস্থিত হৈছিল।

Previous Post

হাৰিয়ানাৰ আইটা মহিলা টেনিছত অসমৰ কৃষ্টি বড়ো

Next Post

অসমৰ কভিদ পৰিস্থিতি, কামৰূপ মহানগৰৰ দুখন স্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
ৰাজ্য চৰকাৰৰ নতুন কভিদ এছ অ’ পি প্ৰকাশ

অসমৰ কভিদ পৰিস্থিতি, কামৰূপ মহানগৰৰ দুখন স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7