VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী – অধিক বৃদ্ধি পাব গৰম,বিশ্বৰ প্ৰান্তে প্ৰান্তে অচলাৱস্থা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 19, 2023
in মুখ্য সংবাদ
ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী – অধিক বৃদ্ধি পাব গৰম,বিশ্বৰ প্ৰান্তে প্ৰান্তে অচলাৱস্থা
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

লাহে লাহে বিশ্বজুৰি বৃদ্ধি পাইছে উত্তাপ ৷ ইউৰোপ আৰু আমেৰিকাত তাপমাত্ৰা অত্যাধিক বৃদ্ধি পাইছে ৷মঙলবাৰে ৰাষ্ট্ৰসংঘই উত্তৰ গোলাৰ্ধৰ সামগ্ৰিক উষ্ণতা অধিক বৃদ্ধি পাব বুলি সকীয়নি প্ৰকাশ কৰিছে। ক্ৰমান্বয়ে বৃদ্ধি পাব বনজুই  আৰু বানপানীৰ সমস্যা।

 

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ বিশেষজ্ঞ জন ন’ৰিনৰ মতে, পৰিৱেশৰ অৱক্ষয়ৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে অধিক গ্ৰীষ্মপ্ৰৱাহৰ বাবে মানুহ সাজু হ’ব লাগিব। ইউৰোপ আৰু আমেৰিকাত গৰম অত্যাধিক বৃদ্ধি পাইছে ৷ যিবোৰ চহৰত এসময়ত এয়াৰ কণ্ডিচনাৰ বা ফেনৰ ব্যৱহাৰ কল্পনা কৰাটো কঠিন আছিল, সেইবোৰ চহৰত এতিয়া ফেন আৰু এচি বিলাসী সামগ্ৰীত পৰিণত হৈছে । গ্ৰীষ্মপ্ৰৱাহৰ বাবে ৰোম আৰু ফ্ল’ৰেন্সকে ধৰি ২০খন চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

 

বতৰ বিজ্ঞানীসকলৰ মতে আজি ইটালীত গ্ৰীষ্মপ্ৰৱাহে সৰ্বোচ্চ তীব্ৰতা লাভ কৰিব পাৰে। চাৰ্ডিনিয়াৰ তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। স্পেইনৰ কিছুমান ঠাইত তাপমাত্ৰা ৪১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে ।

 

বতৰ বিজ্ঞানীসকলৰ মতে আমেৰিকাৰ কিছুমান অঞ্চলৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ’ব আৰু কেলিফৰ্ণিয়াৰ ডেথ ভেলীৰ তাপমাত্ৰা ৫৪ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে ৷ দক্ষিণ ইউৰোপৰ কেইবাটাও স্থানত বনজুইৰ প্ৰকোপ বৃদ্ধি পাইছে ৷গ্ৰীচ তাৰ ভিতৰত অন্যতম। ইউৰোপীয় সংঘই এই অঞ্চললৈ জৰুৰীকালীন বিমান প্ৰেৰণ কৰি জুই নিৰ্বাপন কৰিছে। চুইজাৰলেণ্ডত বিয়পি পৰিছে এই অগ্নিকাণ্ড।

 

এই উত্তাপে পৰ্যটনত প্ৰভাৱ পেলাইছে। ইউৰোপীয় ট্ৰেভেল এজেন্সী (ইউৰোপীয় ট্ৰেভেল কমিছন)ৰ তথ্য অনুসৰি গ্ৰীষ্মকালৰ বাবে ইটালী, ফ্ৰান্স আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ পৰ্যটন ১০ শতাংশ হ্ৰাস পাইছে। পৰ্যটকসকলে তুলনামূলকভাৱে শীতল দেশ যেনে চেক গণৰাজ্য, ডেনমাৰ্ক, বুলগেৰিয়া আৰু আয়াৰলেণ্ড বাছি লৈছে।

 

 

২০২৩ চনৰ জুন আৰু জুলাইৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰাই নতুন অভিলেখ ৰচনা কৰিছে । আমেৰিকা, ইউৰোপ আৰু চীনকে ধৰি এছিয়াৰ বিভিন্ন ঠাইত অবিৰতভাৱে গ্ৰীষ্মপ্ৰৱাহ চলি আছে। প্ৰশান্ত মহাসাগৰত এল নিনো তীব্ৰতৰ হৈ পৰিছে। আৰু ফ্ল’ৰিডাৰ সমীপৰ আটলাণ্টিক মহাসাগৰৰ উষ্ণতা ৩২.২ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ।

Previous Post

বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে- সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি মন্ত্রী বিমল বড়া

Next Post

বেংগালুৰুত বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত ৫ উগ্ৰপন্থীক,লস্কৰ ই তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগ

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
বেংগালুৰুত বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ পূৰ্বেই আৰক্ষীৰ  জালত ৫  উগ্ৰপন্থীক,লস্কৰ ই তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগ

বেংগালুৰুত বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত ৫ উগ্ৰপন্থীক,লস্কৰ ই তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7