VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আইন আয়োগক ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰই, একেলগে অনুষ্ঠিত হ’ব নেকি লোকসভা-বিধানসভা নির্বাচন

voicedesk by voicedesk
July 28, 2023
in মুখ্য সংবাদ
আইন আয়োগক ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰই, একেলগে অনুষ্ঠিত হ’ব নেকি লোকসভা-বিধানসভা নির্বাচন
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ আঠ-৯ মাহ পূৰ্বে নৰেন্দ্ৰ মোডী চৰকাৰে পুনৰ ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ বাবে প্ৰক্ৰিয়া  আৰম্ভ কৰিছে। ৰাজ্যসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে কয় যে এই নীতিৰ কাৰ্যকৰীকৰণৰ দিশসমূহ চাবলৈ ইতিমধ্যে আইন আয়োগলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

 

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ সকলো ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আঁৰত মোডী চৰকাৰৰ যুক্তি হ’ল যে ইয়াৰ দ্বাৰা নিৰ্বাচনৰ ব্যয় হ্ৰাস পাব। যিহেতু এখন ভোটাৰ তালিকাত দুটাকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব, গতিকে চৰকাৰী কৰ্মচাৰীৰ কামৰ বোজাও কমি যাব। নিৰ্বাচনৰ আচৰণ বিধিৰ বাবে চৰকাৰৰ উন্নয়নমূলক কাম বাৰে বাৰে বন্ধ নহয়। নীতি আয়োগ, আইন আয়োগ, নিৰ্বাচন আয়োগেও এই ধাৰণাক সমৰ্থন কৰে। প্ৰসংগক্ৰমে ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোডীয়ে ‘এক দেশ এক ভোট’ৰ হৈ যুক্তি আগবঢ়াইছিল ৷

 

কিন্তু বিৰোধী দলসমূহে ‘এক দেশ এক ভোট’ ব্যৱস্থাক আৰম্ভণিৰে পৰাই সমালোচনা কৰি আহিছে। তেওঁলোকৰ মতে এই নীতিৰে মোডী চৰকাৰে  আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন শৈলীৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে। বিৰোধী নেতৃত্বই ফেডাৰেল গাঁথনি আৰু সংসদীয় গণতান্ত্ৰিক চিন্তাধাৰাৰ বিৰোধী বুলিও অভিযোগ উত্থাপন কৰে। বিশেষকৈ বিজেপি বিৰোধী আঞ্চলিক দলসমূহে ‘এক দেশ, এক ভোট’ নীতি ৰূপায়ণ হ’লে লোকসভাৰ ‘ঢৌ’ৰ দ্বাৰা বিধানসভাসমূহ নির্বাচনৰ বৈতৰণী অতিক্ৰম কৰিব বুলিও আশংকা কৰিছে৷ ফেডাৰেল কাঠামোত সাংসদ-বিধায়কৰ নিৰ্বাচনত যি বৈচিত্ৰ্যতা নাথাকক কিয়, বিজেপিৰ আগ্ৰাসী প্ৰচাৰৰ সন্মুখত ছিন্নভিন্ন হৈ পৰিব।

 

চৰকাৰী সূত্ৰৰ মতে এই নীতি প্ৰৱৰ্তনৰ বাবে সংবিধানৰ কেইবাটাও অনুচ্ছেদ সলনি কৰিব লাগিব। ৮৩ নং অনুচ্ছেদত সংসদৰ দুটা সদনৰ কাৰ্যকালৰ কথা উল্লেখ আছে। ৮৫ নং অনুচ্ছেদত লোকসভা ভংগৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ১৭২ নম্বৰত ৰাজ্যিক বিধানসভাৰ কাৰ্যকালৰ বিষয়ে আলোচনা কৰা হৈছে। ১৭৪ নং অনুচ্ছেদত বিধানসভা ভংগ কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতি শাসন আৰু ভাৰতীয় জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৩৫৬ নং অনুচ্ছেদত কিছু সংশোধনৰ প্ৰয়োজন হ’ব পাৰে। বিৰোধীৰ এটা অংশই আশংকা কৰিছে যে পঞ্চায়ত-পৌৰসভাৰ নিৰ্বাচনো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ’ব, যাৰ ফলত এই নীতি মানি চলি ৰাজ্যিক নিৰ্বাচন আয়োগসমূহক কাৰ্যকৰীভাৱে ক্ষমতাহীন কৰা হ’ব।

Previous Post

১১ দিনত এন ডি এৰ ৪৩০ গৰাকী সাংসদৰ সৈতে বৈঠকত বহিব মোডী, লোকসভা নির্বাচনক লৈ তৎপৰ , ৯-১০ আগষ্টত উত্তৰ-পূবৰ সাংসদেৰে বৈঠক

Next Post

অক্ষয়ৰ ওএমজি -২’ ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অক্ষয়ৰ ওএমজি -২’ ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা

অক্ষয়ৰ ওএমজি -২' ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7