VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মধ্যপ্ৰদেশত ‘বেটি বাচাও বেটি পঢ়াও’ৰ এম্বেছাদৰে যোগদান কৰিলে কংগ্ৰেছত

voicedesk by voicedesk
May 18, 2023
in মুখ্য সংবাদ
মধ্যপ্ৰদেশত  ‘বেটি বাচাও বেটি পঢ়াও’ৰ এম্বেছাদৰে যোগদান কৰিলে কংগ্ৰেছত
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ ২৮ বছৰীয়া কিশোৰী মেঘা পাৰমাৰক মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ পিছত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ‘অন্যতম মুখ’ হিচাপে সন্মানিত কৰে। তেওঁক মধ্যপ্ৰদেশৰ ‘বেটি বাচাও, বেটি পঢ়াও’ আঁচনিৰ প্ৰচাৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ৯ মে’ত যুৱতীগৰাকীয়ে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও কমল নাথক ৰাজ্যৰ ‘পৰৱৰ্তী মুখ্যমন্ত্ৰী’ বুলিও তেওঁ অভিহিত কৰে। পিছদিনা মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে তেওঁক প্ৰচাৰ এম্বেছাদৰ পদৰ পৰা অপসাৰণ কৰে।

 

কেৱল সেয়াই নহয়, বুধবাৰে পাৰমাৰক মধ্যপ্ৰদেশৰ দুগ্ধ  সমবায় সংস্থা  ‘সাঁচি’ৰ এম্বেছাদৰ  পদৰ পৰাও অপসাৰণ কৰা হয়। মধ্য প্ৰদেশ চৰকাৰে ২০২২ চনৰ আগষ্ট মাহৰ পৰা তিনিবছৰীয়া চুক্তিৰে এই পদ প্ৰদান কৰিছিল। এভাৰেষ্ট বিজয়ীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে হোৱা চুক্তি কোনো কাৰণ নোহোৱাকৈ বাতিল কৰিছিল।

 

মেঘাৰ পৰিয়ালটো দুগ্ধ ব্যৱসায়ৰ সৈতেও জড়িত। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ছিহোৰ জিলাৰ বাসিন্দা তেওঁ। এই পদৰ পৰা আঁতৰোৱাৰ কথা কওঁতে মেঘাই কয়, ‘মোৰ দেউতা এজন খেতিয়ক। সৰুৰে পৰা দেউতাক সহায় কৰি আহিছোঁ। ৰাজ্যৰ সমবায়ক গাখীৰ যোগান ধৰিবলৈ সকলো গাখীৰ ব্যৱসায়ীক আহ্বান জনাবলৈ চৰকাৰে মোক দায়িত্ব দিছিল। তাত মই সফল হৈছিলো। কিন্তু হঠাৎ মোক আঁতৰাই দিয়া হ’ল। “এই পৰিপ্ৰেক্ষিতত বিজেপিৰ মুখপাত্ৰ নেহা বাগ্গাই মন্তব্য কৰি কয়, ‘মেঘাই স্বেচ্ছাই কংগ্ৰেছত যোগদান কৰিছে। আমিও আমাৰ আদৰ্শক আমাৰ সামাজিক প্ৰকল্পলৈ অনুবাদ কৰোঁ। তেওঁৰ বেলেগ মতাদৰ্শৰ বাবে তেওঁৰ লগত কেনেকৈ একত্ৰিত হ’ব?” ২০১৯ চনত এভাৰেষ্ট জয় কৰিছিল মেঘাই। তেওঁক অপসাৰণ কৰাৰ বাবে বিৰোধী দলসমূহে বিজেপি চৰকাৰক সমালোচনা কৰিছে।

Previous Post

উচ্চতম ন্যায়ালয়ক সমালোচনা কৰি বিতর্কঃ আইন মন্ত্ৰীৰ পৰা অপসাৰণ কিৰেণ ৰিজিজুক

Next Post

সকলো মচলাযুক্ত খাদ্যই অপকাৰী নহয়, শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ কৰে এই তিনিবিধ মচলাই

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সকলো মচলাযুক্ত খাদ্যই অপকাৰী নহয়, শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ কৰে এই তিনিবিধ মচলাই

সকলো মচলাযুক্ত খাদ্যই অপকাৰী নহয়, শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ কৰে এই তিনিবিধ মচলাই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7