VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ আমেৰিকাক বেলুনৰ জৰিয়তে চোৰাংচোৱাগিৰি চলোৱাৰ অভিযোগ চীনৰ ,অস্বীকাৰ পেন্টাগনৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 14, 2023
in মুখ্য সংবাদ
এইবাৰ  আমেৰিকাক বেলুনৰ জৰিয়তে চোৰাংচোৱাগিৰি চলোৱাৰ অভিযোগ চীনৰ ,অস্বীকাৰ পেন্টাগনৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতি জো বাইডেনৰ নিৰ্দেশত নিজৰ আকাশমাৰ্গত প্ৰৱেশ কৰা চীনৰ এয়াৰ বেলুন কিছুদিন পূর্বে আমেৰিকাই গুলীয়াই ভূপতিত কৰে । আমেৰিকাই দাবী কৰিছিল যে বেলুনটো চোৰাংচোৱাগিৰিৰ বাবে প্ৰেৰণ কৰা হৈছে। এই অভিযোগ চীনে খাৰিজ কৰিছে। এইবাৰ চীনে আমেৰিকাক বেলুনৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে চীনৰ এই অভিযোগ বাইডেন প্ৰশাসনে খাৰিজ কৰিছে।

 

সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে সোমবাৰে কয় যে, ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা আমেৰিকাৰ এয়াৰ বেলুন কমেও দহবাৰ চীনৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে। আমেৰিকাৰ দৰে চীনেও অভিযোগ কৰে যে এই বেলুনটো চোৰাংচোৱাৰ উদ্দেশ্যে পঠোৱা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়ান ৱাটছনে টুইটাৰযোগে চীনৰ অভিযোগ খাৰিজ কৰি কয় যে চীনে আমেৰিকালৈ চোৰাংচোৱাগিৰিৰ বেলুন প্ৰেৰণ কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা।

 

কিছুদিন পূৰ্বে আমেৰিকাৰ সেনাই আমেৰিকাৰ উত্তৰ-পশ্চিম অঞ্চলত এটা বেলুন উৰি থকা দেখিছিল। পেন্টাগনে দাবী কৰিছে যে বেইজিঙে বেলুনৰ জৰিয়তে ‘চোৰাংচোৱাগিৰি’ চলাই আছে। আমেৰিকাৰ সামৰিক কাৰ্যকলাপ বেলুনেৰে নিৰীক্ষণ কৰা হৈছে। চীনে অৱশ্যে চোৰাংচোৱাগিৰিৰ সকলো অভিযোগ খাৰিজ কৰে। এই বেলুনটো বতৰ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক কামত ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে। চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছে যে এই বেলুনটোৱে বতাহৰ গতিবেগৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আমেৰিকাত প্ৰৱেশ কৰে। এই দুৰ্ঘটনাৰ বাবে বেইজিঙে ক্ষমা বিচাৰে। তদুপৰি তেওঁলোকে লগতে কয় যে এই ভুল যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।

Previous Post

নিউজিলেণ্ডৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা

Next Post

একলিটাৰ গাখীৰৰ দাম ২১০ টকা! প্ৰায় দেউলীয়া পাকিস্তানত ৮০০ টকীয়া বিদেশী কফিৰ বাবে দীঘলীয়া শাৰী

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
একলিটাৰ গাখীৰৰ দাম ২১০ টকা! প্ৰায় দেউলীয়া পাকিস্তানত ৮০০ টকীয়া বিদেশী কফিৰ বাবে দীঘলীয়া শাৰী

একলিটাৰ গাখীৰৰ দাম ২১০ টকা! প্ৰায় দেউলীয়া পাকিস্তানত ৮০০ টকীয়া বিদেশী কফিৰ বাবে দীঘলীয়া শাৰী

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7