VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজপথত অন্যায়ভাৱে চলা বাহনৰ বিৰুদ্ধে আজিৰে পৰা জোৰদাৰ হ’ব পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ”

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 1, 2023
in মুখ্য সংবাদ
ৰাজপথত অন্যায়ভাৱে চলা বাহনৰ বিৰুদ্ধে আজিৰে পৰা জোৰদাৰ হ’ব পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ”
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীঃ ৩১জানুৱাৰীঃ যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে ৩১জানুৱাৰী চূড়ান্ত সময়সীমা ঘোষণা কৰি পৰিবহণ বিভাগে জনোৱা আহ্বান আৰু নিৰ্দেশনাকো অৱমাননা কৰি আজিলৈকে অন্যায়ভাৱে আৰু বিনাদ্বিধাই চলি থকা বাহনক ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ ৰাজপথত ন্যায়ৰ যুদ্ধত অৱতীৰ্ণ কৰিবলৈ কামৰূপ মহানগৰ জিলাতো পৰিবহণ বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন বিষয়াৰ এটা সজাতি দল “অপাৰেচন কুৰুক্ষেত্ৰ”ৰ বাবে সষ্টম হৈছে ৷

উল্লেখ্য যে, অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, প্ৰচাৰ পুস্তিকা বিতৰণ, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে বেআইনীভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়াতত ব্যাঘাত জন্মাইছে । সেয়ে পৰিবহণ বিভাগে সদৰি কৰা মতে এতিয়াৰে পৰা আৰু কোনো অবৈধ বাহনকে পথত চলিবলৈ দিয়া নহ’ব ।

সেয়ে এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি অন্যায়ভাৱে যানবাহন চলাই প্ৰতিনিয়ত অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনক ৰাজপথত ন্যায়ৰ যুঁজত অৱতীৰ্ণ কৰাই এশিকনি দিবলৈকে পৰিবহণ বিভাগৰ অভিযানকাৰী দলে হাতে হাতে অবৈধ বাহনৰ তালিকা হাতত লৈ আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত “অভিযান কুৰুক্ষেত্ৰ”ৰ বাবে উঠিপৰি লাগিছে। অভিযানৰ সময়চোৱাত যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰ গৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমানৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দ কৰা হ’ব, প্ৰয়োজন সাপেক্ষে বাহনৰ অনুজ্ঞাপত্ৰ বাতিল পৰ্যন্ত হ’ব পাৰে বুলিও বিভাগৰ সূত্ৰত প্ৰকাশ ৷

Previous Post

ভাৰতৰ সৰ্ববৃহৎ বন্দৰটোৰ বিষয়ে আপুনি জ্ঞাতনে?

Next Post

জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7