VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 24, 2022
in মুখ্য সংবাদ
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

আপুনি ক্ৰয় কৰিব বিচৰা গাড়ীখন দূর্ঘটনাপ্ৰৱণ নেকি ? লাখ টকাৰে ক্ৰয় কৰা গাড়ীখন কিমান সুৰক্ষিত ? এতিয়াৰে পৰা আপুনি এই কথা গাড়ী ক্ৰয়ৰ পূর্বে জানিবলৈ সক্ষম হ’ব ৷ কিয়নো  শীঘ্ৰে  ভাৰতত গাড়ীৰ ক্ষেত্ৰত প্ৰদান কৰা হ’ব ষ্টাৰ ৰেটিং ব্যৱস্থা ৷ ক্ৰেচ টেষ্টৰ ভিত্তিত প্ৰদান কৰা হ’ব এই ষ্টাৰ ৰেটিং ব্যৱস্থা ৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে  ৷ আজি তেওঁ কয় যে নতুন গাড়ী মূল্যায়ন কাৰ্যসূচীৰ অধীনত এই ৰেটিং ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হৈছে ৷

গাডকাৰীয়ে কয় যে ভাৰত এনচিএপিয়ে গ্ৰাহককেন্দ্ৰিক মঞ্চ হিচাপে কাম কৰিব, যাৰ ফলত গ্ৰাহকে তেওঁলোকৰ ষ্টাৰ-ৰেটিংৰ ওপৰত ভিত্তি কৰি সুৰক্ষিত গাড়ী বাছি ল’ব পাৰিব ৷ একে সময়তে মূল নির্মাতাসমূহৰ  মাজত সুৰক্ষিত বাহন নিৰ্মাণ কৰিবলৈ প্ৰচাৰ চলোৱা হ’ব ৷

তেওঁ কয়, ‘মইভাৰত এনচিএপি (নিউ গাড়ী মূল্যায়ন কাৰ্যসূচী) প্ৰৱৰ্তনৰ বাবে জি এছ আৰ অধিসূচনাৰ খচৰাত অনুমোদন জনাইছো, য’ত ভাৰতৰ অটোম’বাইলসমূহক ক্ৰেচ টেষ্টত কৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ষ্টাৰ ৰেটিং প্ৰদান কৰা হ’ব।“

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে ক্ৰেচ টেষ্টৰ ওপৰত ভিত্তি কৰি ভাৰতীয় গাড়ীৰ ষ্টাৰ ৰেটিং কেৱল গাড়ীত গাঁথনিগত আৰু যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেই নহয়, ভাৰতীয় অটোম’বাইলৰ ৰপ্তানিযোগ্যতা বৃদ্ধিৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।

ভাৰত এনচিএপিৰ পৰীক্ষণ প্ৰট’কল বিশ্বব্যাপী ক্ৰেচ-টেষ্ট প্ৰট’কলৰ সৈতে একে কৰা হ’ব ৷  যাৰ ফলত বাহিৰৰ প্ৰতিষ্ঠানসমূহে  ভাৰতৰ নিজা আভ্যন্তৰীণ পৰীক্ষণ কেন্দ্ৰত তেওঁলোকৰ বাহনসমূহ পৰীক্ষা কৰাব পাৰিব বুলি গডকাৰীয়ে কয়।

Previous Post

মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ

Next Post

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক
মুখ্য সংবাদ

আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

June 23, 2022
Next Post
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7