VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো

voicedesk by voicedesk
February 1, 2023
in মুখ্য সংবাদ
জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী: ইংৰাজী ২৯ জানুৱাৰী ৰবিবাৰে দিনৰ ১২ বজাত গুৱাহটী কাহিলীপাৰা জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগহত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ Megha2 নামৰ এখন পূৰ্ণ দৈৰ্ঘ কথা ছবিৰ প্ৰেমিউৰ শ্বো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত বিষ্ণুপ্ৰিয়া মণিপুৰী ছবি জগত তথা সমাজৰ বহুতো বিশিষ্ট ব্যক্তিসল উপস্থিত থাকে।লগতে অনুষ্ঠানটিত অতিথি হিছাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চুটি ছবি নিৰ্মাতা,অভিনেতা তথা পৰিচালক ৰাজীৱ দলৈয়ে বিষ্ণুপ্ৰিয়া মণিপুৰী Megha2 ছবি খনৰ অভিনেতা, অভিনেত্ৰী, পৰিচালক, সকলো কলা কুশলীক ভবিষ্যতে আগবাহি যোৱাৰ লগতে আৰু যাতে ভাল ভাল ছবি ৰাইজক উপহাৰ হিচাপে দিয়ে তাৰে ওপৰত বহুমলিয়া মন্ত্যব আগবহায়। ছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এণ্ড সিনহা, পৰিচালনা কৰিছে সিদ্ধাৰ্থ সিনহা। ছবিখনে ইতিম্যেই অসম আৰু বাংলা দেশতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিখনত অসমৰ গুৱাহাটী, ত্ৰিপুৰাকে ধৰি বিধিন্ন ঠাইৰ মনোমোহা দিশ্য দেখিবলৈ পোৱা গৈছে।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ সিনহা, কিন্নৰি গগৈ, আৰ্য়েন সিনহা, ৰত্না সিনহা, ৰাজকুমাৰ সিনহা,মিলন সিনহা,ব্ৰজগপাল সিনহা, ইত্যাদি।

Previous Post

বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান

Next Post

চছল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চছল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

চছল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7